ডায়েবেটিছ ৰোগীয়েও খাব পাৰে আলু ! কিন্তু খোৱাৰ আগতে মানি চলক এই নিয়ম…
আলু স্বাস্থ্যৰ বাবে অতি উপযোগী নহয় । আপোনাৰ যদি চুগাৰ থাকে তেন্তে আলু আপোনাৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে ।আমি আমাৰ আঞ্জাত প্ৰায়ে আলু ব্যৱহাৰ কৰোঁ । পিছে ডায়েবেটিছ ৰোগীসকলে আলু খাব পাৰে নে ? কিন্তু ডায়েবেটিছ ৰোগীসকলক ডাক্তৰে প্ৰায়ে আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে । আলুত কাৰ্বহাইড্ৰেট থাকে। আৰু এই খাদ্যত গ্লাইচেমিক ইনডেক্স বেছি। গতিকে ডায়েবেটিছ ৰোগীক আলু পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8