শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Fashion Tips: ৫০ বছৰ বয়সতো দেখাব গাভৰু! ভাগ্যশ্ৰীৰ দৰে পিন্ধক শাৰী

Bhagyashree Saree Style: ফিটনেছ আৰু চেহেৰাৰ বাবে পৰিচিত চলচ্চিত্ৰ তাৰকা ভাগ্যশ্ৰী। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় অভিনেত্ৰীগৰাকী আৰু অনুৰাগীসকলেও আগ্ৰহেৰে তেওঁৰ পোষ্টৰ বাবে অপেক্ষা কৰে। পৰম্পৰাগত ৰূপতো খুব ধুনীয়া দেখা গৈছে অভিনেত্ৰীগৰাকীক।

Barasha Misra
Barasha Misra | Published: 31 Jul 2024 19:42 PM
নিজৰ চেহেৰা আৰু ফিটনেছৰ বাবে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰী ভাগ্যশ্ৰী। অভিনেত্ৰীগৰাকীৰ ফিট শৰীৰটোলৈ চাই তেওঁৰ বয়স হিচাপ কৰাটো কঠিন। শাৰী লুকৰ বাবে অভিনেত্ৰীগৰাকীয়ে শিৰোনাম দখল কৰি আছে।

1 / 5
ভাগ্যশ্ৰীক প্ৰায়ে পাতল সেউজীয়া ৰঙৰ শাৰীত দেখা যায়। যদি আপুনিও কম বয়সৰ দেখাব বিচাৰে তেন্তে এই লুক অনুসৰণ কৰক।

2 / 5
মানুহৰ কাপোৰত মানুহৰ ব্যক্তিত্ব ফুটি উঠে। নিজৰ ফেশ্বনক লৈ সদায় সচেতন অভিনেত্ৰীগৰাকী।

3 / 5
যদি আপুনি বেলেগ ষ্টাইল বিচাৰে তেন্তে অভিনেত্ৰীগৰাকীৰ এই লুকটোও উত্তম। ইয়াৰ বাবে পাতল ৰঙৰ বাণাৰসী শাৰীও এটা ভাল পছন্দ।

4 / 5
আপোনাৰ আলমিৰাত ৰাখিবৰ বাবেও এই শাৰী একেবাৰেই উপযুক্ত। আপুনিও ভাগ্যশ্ৰীৰ দৰে এই লুকটো সৃষ্টি কৰিব পাৰে। অৱশ্যে আপুনি আপোনাৰ পছন্দ অনুসৰি ৰং বাছি ল’ব পাৰে।

5 / 5