Lok Sabha Election 2024: কেৱল ৰকিবুলেই নহয়,সৰ্বাধিক ভোট লাভ কৰা শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থীৰ তালিকাত কোন কোন ?
Lok Sabha Election 2024: অসমৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে সৰ্বাধিক ভোটৰ ব্যৱধানত জয় লাভ কৰে। এনে বহু কেইগৰাকী প্ৰাৰ্থী আছে, যিসকলে এক বিপুল ভোটৰ ব্যৱধানত এইবাৰ নিৰ্বাচনত জয় লাভ কৰে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোন ১০ জন প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যৱধানত জয় লাভ কৰিলে চাওঁ আহক...

1 / 10

2 / 10

3 / 10

4 / 10

5 / 10

6 / 10

7 / 10

8 / 10

9 / 10

10 / 10