APJ Abdul Kalam death anniversary: আপোনাৰ জীৱনক সজাব পৰাকৈ ভাৰতৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি গৰাকীৰ কেইটামান প্ৰেৰণাদায়ক উক্তি
APJ Abdul Kalam : ভাৰতৰ ১১ সংখ্যক ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম আছিল এগৰাকী প্ৰখ্যাত মহাকাশ বিজ্ঞানী। ‘ভাৰতৰ মিছাইল মেন’ বুলি জনাজাত কালামৰ মৃত্যু হৈছিল ২০১৫ চনৰ ২৭ জুলাইত । ড° এ পি জে আব্দুল কালাম আছিল এজন প্ৰখ্যাত বিজ্ঞানী, অভিযন্তা, শিক্ষক । তেখেতে সমগ্ৰ জীৱন জাতিৰ সেৱাত উৎসৰ্গা কৰিছিল। ইয়াৰ লগতে ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ দ্ৰুত উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এ পি জে আব্দুল কালামে ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8