শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১২ বছৰ বয়সতে যৌন সম্পৰ্ক, ৰণবীৰে সদায় পকেটত ৰাখিছিল কণ্ডম, তাৰ পিছত…

কেৰিয়াৰৰ আৰম্ভণিতে বা কৈশোৰ কালত ৰণবীৰ যথেষ্ট ৰঙীন আছিল। ছোৱালীৰ প্ৰতি তেওঁ যথেষ্ট দুৰ্বলতা আছিল। তেওঁ নিজেও বাৰে বাৰে এই কথা স্বীকাৰ কৰিছে।

১২ বছৰ বয়সতে যৌন সম্পৰ্ক, ৰণবীৰে সদায় পকেটত ৰাখিছিল কণ্ডম, তাৰ পিছত…
ৰণবীৰ সিং
Trishna Kalita
Trishna Kalita | Updated On: 28 Aug 2025 14:01 PM

ৰণবীৰ সিং সদায় প্ৰতিটো বিষয়তে যথেষ্ট স্পষ্টবাদী। তেওঁ লাজ নকৰে আৰু সকলো কথা মুকলিকৈ আলোচনা কয়। ইতিমধ্যে তেওঁ অভিনেতা হিচাপে নিজকে প্ৰমাণ কৰি দেখুৱাইছে। কিন্তু স্বামী হিচাপে তেওঁ কেনেকুৱা! সেই প্ৰমাণো দীপিকাৰ লগত বিয়াৰ পিছত পোৱা গৈছিল। তেওঁলোকৰ মাজত এক  সন্মানজনক সম্পৰ্ক দেখা যায়।

কিন্তু কেৰিয়াৰৰ আৰম্ভণিতে বা কৈশোৰ কালত ৰণবীৰ যথেষ্ট ৰঙীন আছিল। ছোৱালীৰ প্ৰতি তেওঁ যথেষ্ট দুৰ্বলতা আছিল। তেওঁ নিজেও বাৰে বাৰে এই কথা স্বীকাৰ কৰিছে। সৰুতে তেওঁ নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ মাত্ৰ ১২ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে ভাৰ্জিনিটি হেৰুৱাইছিল।

জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ এগৰাকী বয়সস্থ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। যদিও এয়া স্বীকাৰ কৰি লোৱাটো আচৰিত যেন লাগিব পাৰে, কিন্তু এয়াই সঁচা। ৰণবীৰ সিং ইয়াতেই ক্ষান্ত নাথাকিল, তেওঁ বাৰে বাৰে এই সম্পৰ্কৰ কথা কৈছিল। আনকি তেওঁ সদায় পকেটত কণ্ডম ৰাখে বুলিও কয়।

অৱশ্যে সেই দিনবোৰ এতিয়া অতীত, দীপিকা জীৱনলৈ অহাৰ পিছতে সলনি হৈ পৰিল ৰণবীৰ। তেওঁ বাৰে বাৰে ৰাজহুৱাভাৱে কৈছে, আৰু ইয়াৰ প্ৰমাণো বাৰে বাৰে পোৱা যায় যেতিয়া তেওঁলোকক একেলগে দেখা যায়। অৱশ্যে অতীতৰ বিষয়ে ক’বলৈ কেতিয়াও সংকাবোধ নকৰে। দীপিকাৰ প্ৰেমত পৰি দীপিকাক বিয়া কৰাই দিয়াৰ পৰাই তেওঁ নিজকে নাৰী মহলৰ পৰা আঁতৰাই ৰাখিছে। যদিও তেওঁৰ অনুৰাগীৰ সংখ্যা একেবাৰে কমি যোৱা নাই। ইয়াৰ বিপৰীতে দিনক দিনে তেওঁৰ চেহেৰা আৰু স্মাৰ্টনেছে ইণ্টাৰনেটত ধুমুহাৰ গতিত ভাইৰেল হয়।