শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২০২৫ বৰ্ষত Social Media ৰ জৰিয়তে জিলিকি উঠিল এইসকল ব্যক্তি, কৰিলে কোটি কোটি টকা উপাৰ্জন!

এইবাৰ ভাৰতত ছ’চিয়েল মিডিয়াৰ পৰা বহুলোকে সফলতা লাভ কৰিছে। ২০২৫ চনত ছ’চিয়েল মিডিয়াত ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকত জিলিকি উঠিছে কেইবাগৰাকীও ভাৰতীয় তাৰকা। ২০২৫ চনৰ শীৰ্ষ তাৰকাৰ তালিকাখন চাও আহক।

২০২৫ বৰ্ষত Social Media ৰ জৰিয়তে জিলিকি উঠিল এইসকল ব্যক্তি, কৰিলে কোটি কোটি টকা উপাৰ্জন!
barasha-misra
Barasha Misra | Updated On: 26 Dec 2025 15:35 PM

Social Media Star in India: ২০২৫ চনটো কিছুমানৰ বাবে অত্যন্ত ভাগ্যশালী বুলি প্ৰমাণিত হৈছে। কিছুমান বিশেষ নাম এইবাৰ সকলোৰে ৰৈ গ’ল। সামাজিক মাধ্যমত প্ৰচাৰ নেতিবাচক হওক বা ইতিবাচক, তেওঁলোকৰ লাইমলাইটত অবিৰত ভাৱে আছিল।

বিশ্বৰ শীৰ্ষ ১০ জন ছ’চিয়েল মিডিয়াৰ তাৰকাৰ তালিকা (২০২৫ চনৰ হিচাপ)

  1. ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৬৪৭ মিলিয়ন, টুইটাৰত ১১৪.৪ মিলিয়ন,ইউটিউবত ৭৩ মিলিয়ন, সৰ্বমুঠ ৮৩৪.৪ মিলিয়ন অনুৰাগী।
  2. চেলিনা গোমেজৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৪২২ মিলিয়ন, টুইটাৰত ৬৫.৫ মিলিয়ন,ইউটিউবত ৩৪.৯ মিলিয়ন, সৰ্বমুঠ ৫২২.৪ মিলিয়ন অনুৰাগী।
  3. লিয়নেল মেছিৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৫০৪ মিলিয়ন, টুইটাৰত নাই,ইউটিউবত ৩.৯১ মিলিয়ন, সৰ্বমুঠ ৫০৭.৯১ মিলিয়ন অনুৰাগী।
  4. জাষ্টিন বিবাৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ২৯৪ মিলিয়ন, টুইটাৰত ১০৯.৬ মিলিয়ন,ইউটিউবত ৭৪.৬ মিলিয়ন, সৰ্বমুঠ ৪৭৮.২ মিলিয়ন অনুৰাগী।
  5. কাইলি জেনাৰৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৩৯৫ মিলিয়ন, টুইটাৰত ৩৯.৬ মিলিয়ন,ইউটিউবত ১২.১ মিলিয়ন, সৰ্বমুঠ ৪৪৬ মিলিয়ন অনুৰাগী।
  6. টেইলৰ চুইফটৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ২৮২ মিলিয়ন, টুইটাৰত ৯৪.৬ মিলিয়ন,ইউটিউবত ৬০.৫ মিলিয়ন, সৰ্বমুঠ ৪৩১.৭ মিলিয়ন অনুৰাগী।
  7. টেইলৰ চুইফটৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৩৫৮ মিলিয়ন, টুইটাৰত ৭১.৫ মিলিয়ন,ইউটিউবত ২ মিলিয়ন, সৰ্বমুঠ ৪৩১.৫ মিলিয়ন অনুৰাগী।
  8. ড্ৱেইন জনছনৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৩৯৪ মিলিয়ন, টুইটাৰত ১৭ মিলিয়ন,ইউটিউবত ৬.৯৬ মিলিয়ন, সৰ্বমুঠ ৪১৭.৯৬ মিলিয়ন অনুৰাগী।
  9. বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ২৭০ মিলিয়ন, টুইটাৰত ৬৫.৬ মিলিয়ন,ইউটিউবত ১১৮ হাজাৰ, সৰ্বমুঠ ৩৩৫.৭ মিলিয়ন অনুৰাগী।
  10. ক্ল’ই কাৰ্দাছিয়ানৰ ইনষ্টাগ্ৰাম অনুসৰণকাৰী ৩০৪ মিলিয়ন, টুইটাৰত ২৯.৮ মিলিয়ন,ইউটিউবত ৭২৮ হাজাৰ, সৰ্বমুঠ ৩৩৩.৭ মিলিয়ন অনুৰাগী।

ইয়াৰোপৰি, দৰ্শকৰ হৃদয়ত ২০২৫ বৰ্ষত স্থান দখল কৰি Followers বৃদ্ধি কৰিছে তলত উল্লেখ কৰা ব্যক্তিসকলে…

  • শ্ৰদ্ধা কাপুৰ (@shraddhakapoor) এ প্ৰায় ৯৪-৯৫ মিলিয়ন ফ’ল’ৱাৰৰ সৈতে ভাৰতৰ আটাইতকৈ বেছি ফ’ল’ৱাৰ থকা মহিলা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।
  • প্ৰিয়ংকা চোপ্ৰা (@priyankachopra): ৯২.৬ মিলিয়ন ফ’ল’ৱাৰৰ সৈতে তেওঁ এতিয়াও বিশ্বব্যাপী আইকন জনপ্কিয় হৈছে।
  • নৰেন্দ্ৰ মোদী (@narendramodi): ৯ কোটি ২৪ লাখ অনুগামীৰ সৈতে তেওঁ বিশ্বৰ অন্যতম অনুগামী ৰাজনীতিবিদ।
  • আলিয়া ভাট (@aliaabhatt): ৮.৬২ মিলিয়ন ফ’ল’ৱাৰ আছে আৰু যুৱক-যুৱতীসকলৰ মাজত অতি জনপ্ৰিয়।

ক্ৰিকেট, বলীউড, ৰাজনীতিৰ চেলিব্ৰিটিসকলে ২০২৫ চনতো ছ’চিয়েল মিডিয়াৰ জগতখনত আধিপত্য বিস্তাৰ কৰিছে। ভাৰতত বিৰাট কোহলী আৰু বিশ্বজুৰি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ আটাইতকৈ ডাঙৰ নাম।

লগতে পঢ়ক- ২০২৫ বৰ্ষত কেনেদৰে সলনি হৈছে সাধাৰণ ৰাইজৰ জীৱনশৈলী?