নায়কৰ সৈতে নিশা কটাবলৈ ব্যাকুল হৈ পৰিছিল আমিষাই! তাৰ পিছত…
এসময়ত বলীউডৰ অভিনেত্ৰী আমিষা প্ৰেমত পৰিছিল। বহুতে বিয়া পাতিব বিচাৰিছিল। কিন্তু আমিষাই কাকো গুৰুত্ব নিদিলে। আচলতে পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো আমিযা আজি অবিবাহিত। অৱশ্যে আমিষাৰ হৃদয়ত এজন জনপ্ৰিয় নায়কৰ বাবে স্থান আছে, যাৰ লগত অভিনেত্ৰীগৰাকীয়ে এটা নিশা কটাবলৈ কুণ্ঠাবোধ কৰা নাছিল!

‘কহোনা প্যাৰ হ্যেয়’ ছবিখনৰ জৰিয়তে বলীউডত খোপনি পুতিছিল আমিষা পেটেলে। অৱশ্যে কিছুমান চিনেমাই বিশেষ সফলতা লাভ কৰা নাছিল। কোৱা হয় যে এসময়ত সমগ্ৰ বলীউড আমিষাৰ প্ৰেমত পৰিছিল। বহুতে বিয়া পাতিব বিচাৰিছিল। কিন্তু আমিষাই কাকো গুৰুত্ব নিদিলে। বিপৰীতে আমিষা পঞ্চাশ বছৰ সম্পূৰ্ণ কৰাৰ পিছতো অবিবাহিত। আমিষাৰ হৃদয়ত এজন জনপ্ৰিয় নায়কৰ বাবে স্থান আছে, যাৰ লগত অভিনেত্ৰীগৰাকীয়ে এৰাতি কটাবলৈ কুণ্ঠাবোধ নকৰে! জানেনে তেওঁ কোন?
স্কুলত পঢ়াৰ পৰাই হলিউডৰ অভিনেতা টম ক্ৰুজৰ বিপুল অনুৰাগী আমিষা। ঘৰৰ বেৰত আৰু ডায়েৰীত অভিনেতাজনৰ ছবি ৰাখিছিল। যেতিয়াই সুযোগ পাই তাই টম ক্ৰুজে অভিনীত ছবি চাইছিল।
এটা সাক্ষাৎকাৰত আমিষাই কয় যে, “মই আৰম্ভণিৰে পৰাই টম ক্ৰুজৰ অনুৰাগী। তেওঁৰ বাহিৰে আন কোনো নায়কক মই ইমান ভাল নাপাওঁ। টমে মোক যি ক’ব তাকেই কৰিম। এৰাতিৰ বাবে তেওঁৰ বিচনাৰ সঙ্গী হোৱাটোও মোৰ আপত্তি নাই। মই সঁচাকৈয়ে টম ক্ৰুজক ইমান ভাল পাওঁ।”
২০০০ চনত মুক্তি লাভ কৰা আমিষা পেটেল আৰু হৃতিক ৰোশনৰ প্ৰথমখন ছবি ‘কহোনা প্যাৰ হ্যেয়’। সেই বছৰতো আমিষা আৰু হৃতিকৰ এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁলোকৰ যুটিটো চিনেমা প্ৰেমীসকলে ভাল পাইছিল।