শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Rate Today: আজি গুৱাহাটীৰ লগতে দেশৰ আন আন চহৰত কিমান দৰত বিক্ৰী হৈছে সোণ?

আজি  ৭ ডিচেম্বৰ শনিবাৰ, কালিৰ তুলনা বজাৰত অপৰিবৰ্তিত হৈ আছে সোণ-ৰূপৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১,১৫০ টকা আৰু ২৪ কেৰেট সোণৰ দাম ৭৭,৬২০ টকা। আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ৭,১১৫ টকা প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ৭,৭৬২ টকা দৰত বিক্ৰী হৈছে ।

Gold Rate Today: আজি গুৱাহাটীৰ লগতে দেশৰ আন আন চহৰত কিমান দৰত বিক্ৰী হৈছে সোণ?
আজিৰ দিনটোত সোণৰ দাম
trishna-kalita
Trishna Kalita | Updated On: 07 Dec 2024 22:57 PM

বজাৰত বিভিন্ন কাৰকৰ বাবে সোণ-ৰূপৰ দামত উত্থান পতন হোৱা দেখা যায়। আজি  ৭ ডিচেম্বৰ শনিবাৰ, কালিৰ তুলনা বজাৰত অপৰিবৰ্তিত হৈ আছে সোণ-ৰূপৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১,১৫০ টকা আৰু ২৪ কেৰেট সোণৰ দাম ৭৭,৬২০ টকা। আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ৭,১১৫ টকা প্ৰতি গ্ৰাম ২২ কেৰেট সোণ ৭,৭৬২ টকা দৰত বিক্ৰী হৈছে । জানো আহক দেশৰ ডাঙৰ ডাঙৰ চহৰ দিল্লী, লখনৌ, জয়পুৰ, গুৱাহাটী, মুম্বাই, পাটনা আদিত কিমান সোণৰ দাম।

একেদৰে দেশত আজি ১ কিঃগ্ৰা ৰূপৰ দাম ৯২,০০০ টকা ব্যৱসায়িক মূল্য। শুকুৰবাবেও একে দামতে বন্ধ হৈছিল ৰূপৰ ব্যৱসায়। দেশত আজি প্ৰতি গ্ৰাম ৰূপৰ দাম ৯২ টকা।  যদিহে আপোনাৰ ঘৰতো কোনো অনুষ্ঠান আছে য’ত আপুনি সোণ-ৰূপৰ গহনা পিন্ধিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে।

দেশৰ বিভিন্ন চহৰত সোণ-ৰূপৰ দাম

আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১,১৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৭,৬২০টকা।  ১০ গ্ৰাম  ১৮ কেৰেট  সোণৰ দাম ৫৮, ২২০ টকা। একেদৰে আজি দিল্লীত প্ৰতি গ্ৰাম ২২ কেৰেট  সোণৰ দাম ৭,১১৫ টকা, প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৭৬২ টকা আৰু প্ৰতি গ্ৰাম ১৮ কেৰেট  সোণৰ দাম ৫,৮২২ টকা। গুৱাহাটীটো আজিৰ দিনটোৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই

আজি দিল্লীত প্ৰতি গ্ৰাম ২২ কেৰেট  সোণৰ দাম ৭,১৩০ টকা, প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৭৭৭ টকা আৰু প্ৰতি গ্ৰাম ১৮ কেৰেট  সোণৰ দাম ৫,৮৩৪ টকা। আজি দিল্লীত ১ কিঃগ্ৰা ৰূপৰ দাম  ৯২০০০ টকা। যোৱা সপ্তাহত ৩০নবেম্বৰলৈ  ৯৪৭০০টকা (কিলোগ্ৰাম) আছিল।

আজি চেন্নাইত প্ৰতি গ্ৰাম ২২ কেৰেট  সোণৰ দাম ৭,১১৫ টকা, প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৭৬২ টকা আৰু প্ৰতি গ্ৰাম ১৮ কেৰেট  সোণৰ দাম ৫,৮৭৫ টকা। আজি চেন্নাইত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম ১ লাখ টকা । কালি ৰূপৰ দাম আছিল ১০২১০০টকা (কিলো), আৰু যোৱা সপ্তাহত ৩০নবেম্বৰত মূল্য আছিল ১০২৮০০টকা (কিলো)।

আজি মুম্বাইত প্ৰতি গ্ৰাম ২২ কেৰেট  সোণৰ দাম ৭,১১৫ টকা, প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৭৬২ টকা আৰু প্ৰতি গ্ৰাম ১৮ কেৰেট  সোণৰ দাম ৫,৮২২ টকা। আজি মুম্বাইত ১ কিঃগ্ৰা ৰূপৰ দাম  ৯২০০০ টকা। কালি ৰূপৰ মূল্য ৯৩৩০০.০/কেজি, আৰু যোৱা সপ্তাহত ৩০-১১-২০২৪ তাৰিখে আছিল ৯৪০০০.০/কিলোগ্ৰাম।

আজি কলকাতাত প্ৰতি গ্ৰাম ২২ কেৰেট  সোণৰ দাম ৭,১১৫ টকা, প্ৰতি গ্ৰাম ২৪ কেৰেট  সোণৰ দাম ৭,৭৬২ টকা আৰু প্ৰতি গ্ৰাম ১৮ কেৰেট  সোণৰ দাম ৫,৮২২ টকা। আজি কলকাতাত ১ কিঃগ্ৰা ৰূপৰ দাম  ৯২০০০ টকা। কালি ৰূপৰ দাম আছিল ৯৪৮০০টকা/কিলো, আৰু যোৱা সপ্তাহত ৩০-১১-২০২৪ তাৰিখে ৯৫৫০০টকা /কিলোগ্ৰাম আছিল।

দামৰ উত্থান-পতন

সোণ আৰু ৰূপৰ দাম বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়, তাৰ ভিতৰত প্ৰধান গহনা ব্যৱসায়ীসকলৰ পৰা পোৱা ইনপুট আদিও অন্যতম। সোণৰ বিশ্বব্যাপী চাহিদা, মুদ্ৰাৰ তাৰতম্য, সুতৰ হাৰ, চৰকাৰী নীতি আদি উপাদানে মূল্যত ভূমিকা পালন কৰে। ইয়াৰ উপৰিও বিশ্ব অৰ্থনীতিৰ অৱস্থা আৰু অন্যান্য মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তিৰ দৰে আন্তঃৰাষ্ট্ৰীয় কাৰকে ভাৰতীয় বজাৰত সোণৰ হাৰত প্ৰভাৱ পেলায়।

Latest News