Gold Price Today: আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ মূল্য? গুৱাহাটীৰ লগতে দেশৰ অন্য স্থানৰ সোণৰ মূল্য জানো আহক
আজি পূৰ্বৰ তুলনাত বৃদ্ধি পালে সোণৰ মূল্য। বৃহস্পতিবাৰৰ তুলনাত আজি সোণ-ৰূপৰ মূল্য ১৫০টকা অধিক ব্যয়বহুল হৈ পৰিছে। দেশত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৭১,৫০০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য প্ৰায় ৭৮ হাজাৰ টকা।
আজি শুক্ৰবাৰ ৬ ডিচেম্বৰত সোণ-ৰূপৰ মূল্য বৃদ্ধি পাইছে। সোণ-ৰূপৰ মূল্য বৃহস্পতিবাৰৰ তুলনাত প্ৰায় ১৫০ টকা বৃদ্ধি পাইছে। ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭১,৫০০ টকা আৰু ২৪ কেৰেট সোণৰ মূল্য ৭৮,০০০ টকা। ইয়াত জানক দেশৰ ডাঙৰ ডাঙৰ চহৰ দিল্লী, লখনৌ, জয়পুৰ, গুৱাহাটী, মুম্বাই, পাটনা আদিত কিমান সোণৰ মূল্য।
৬ ডিচেম্বৰৰ দিনটোত ১ কিঃগ্ৰাঃ ৰূপৰ দাম
দেশত ১কিঃগ্ৰা ৰূপৰ দাম ৯২,০০০ টকা ব্যৱসায়িক মূল্য। বৃহস্পতিবাৰৰ তুলনাত প্ৰায় ১০০০ টকা বেছিকৈ বৃদ্ধি হৈছে। যদিহে আপোনাৰ ঘৰতো কোনো অনুষ্ঠান আছে য’ত আপুনি সোণ-ৰূপৰ গহনা পিন্ধিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে।
যোৱা এসপ্তাহত ২৪ কেৰেট সোণৰ দাম ০.৪২% সলনি হৈছে, আনহাতে যোৱা মাহত ০.৯৯% পৰিৱৰ্তন হৈছে। ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৫২০০ টকা , ১২০০ টকা বৃদ্ধি ।
আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭২,৯৫০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৬,৬০০টকা। কালিৰ দিনটোত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য আছিল ৭৩,২০০ আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৬,৮৬০টকা।
আজি দিল্লীত সোণৰ দাম ৭৮০৭৩ টকা ১০ গ্ৰামত। কালিৰ দিনটোত সোণৰ মূল্য ৭৭৯৬৩ টকা আছিল ১০ গ্ৰামত, আৰু যোৱা সপ্তাহত ৩০ নবেম্বৰত তাৰিখলৈ সোণৰ মূল্য ৭৮২৯৩ টকা আছিল ১০ গ্ৰামত।
আজি দিল্লীত ৰূপৰ দাম ৯৫২০০ টকা। কালিৰ দিনটোত ৰূপৰ দাম আছিল ৯৪০০০ টকা(কিলো), আৰু যোৱা সপ্তাহত ৩০নবেম্বৰলৈ ৯৪৭০০টকা (কিলোগ্ৰাম) আছিল।
আজি চেন্নাইত সোণৰ দাম ৭৭৯২১টকা ১০ গ্ৰাম। কালিৰ দিনটোত সোণৰ মূল্য আছিল ৭৭৮১১ টকা ১০ গ্ৰামত, আৰু যোৱা সপ্তাহত ৩০ নৱেম্বৰলৈ সোণৰ মূল্য আছিল ৭৮১৪১ টকা ১০ গ্ৰামত।
আজি চেন্নাইত ৰূপৰ দাম ১০৩৮০০কিলোগ্ৰাম। কালি ৰূপৰ দাম আছিল ১০২১০০টকা (কিলো), আৰু যোৱা সপ্তাহত ৩০নবেম্বৰত মূল্য আছিল ১০২৮০০টকা (কিলো)।
আজি মুম্বাইত সোণৰ মুল্য ৭৭৯২৭টকা ১০ গ্ৰামত। কালি সোণৰ মূল্য আছিল ৭৭৮১৭ টকা ১০ গ্ৰামত।
আজি মুম্বাইত ৰূপৰ দাম ৯৪৫০০/কেজি। কালি ৰূপৰ মূল্য ৯৩৩০০.০/কেজি, আৰু যোৱা সপ্তাহত ৩০-১১-২০২৪ তাৰিখে আছিল ৯৪০০০.০/কিলোগ্ৰাম।
আজি কলকাতাত সোণৰ দাম ৭৭৯২৫ টকা ১০ গ্ৰামত। কালি সোণৰ মূল্য আছিল ৭৭৮১৫টকা ১০ গ্ৰাম, আৰু যোৱা সপ্তাহত ৩০-১১-২০২৪ তাৰিখে সোণৰ মূল্য আছিল ৭৮১৪৫টকা ১০ গ্ৰামত।
আজি কলকাতাত ৰূপৰ মূল্য ৯৬০০০টকা/Kg। কালি ৰূপৰ দাম আছিল ৯৪৮০০টকা/কিলো, আৰু যোৱা সপ্তাহত ৩০-১১-২০২৪ তাৰিখে ৯৫৫০০টকা /কিলোগ্ৰাম আছিল।
দামৰ উত্থান-পতন
সোণ আৰু ৰূপৰ দাম বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়, তাৰ ভিতৰত প্ৰধান গহনা ব্যৱসায়ীসকলৰ পৰা পোৱা ইনপুট আদিও অন্যতম। সোণৰ বিশ্বব্যাপী চাহিদা, মুদ্ৰাৰ তাৰতম্য, সুতৰ হাৰ, চৰকাৰী নীতি আদি উপাদানে মূল্যত ভূমিকা পালন কৰে। ইয়াৰ উপৰিও বিশ্ব অৰ্থনীতিৰ অৱস্থা আৰু অন্যান্য মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তিৰ দৰে আন্তঃৰাষ্ট্ৰীয় কাৰকে ভাৰতীয় বজাৰত সোণৰ হাৰত প্ৰভাৱ পেলায়।