শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক…

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে।দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৪,৪৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১, ০৪,৯৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত  সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক…
সোণৰ দাম
trishna-kalita
Trishna Kalita | Published: 23 Sep 2025 11:02 AM