কিয় গাজাৰ বিদ্যালয়সমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইল সেনাৰ ?
Israeli attacks on schools in Gaza : যোৱা বছৰৰ পৰা আৰম্ভ হোৱা গাজা আৰু ইজৰাইলৰ যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এই যুদ্ধৰ জুই এতিয়াও জ্বলি আছে গাজাত। যোৱা চাৰি দিনত গাজাৰ কেইবাখনো বিদ্যালয়ত আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই । ইজৰাইল সেনাৰ সন্দেহ এই বিদ্যালয় সমূহত হামাছৰ সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰিছে ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8