
গ্ল’বেল ছামিট
দেশখনৰ এক নম্বৰ নিউজ নেটৱৰ্ক টিভি9ৰ নিউজ9 গ্লোবেল ছামিট জাৰ্মানীত অনুষ্ঠিত হৈছে। সন্মিলনখন ২১ ৰ পৰা ২৩ নৱেম্বৰৰ ভিতৰত জাৰ্মানীৰ ঐতিহাসিক ষ্টুৰ্টগাৰ্ট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নিউজ৯ গ্লোবেল ছামিটৰ মুখ্য আকৰ্ষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব। পোৰ্ছ, মাৰুতি, চুজুকি, মাৰ্চিডিজ-বেঞ্জ, ভাৰত বাহিনীৰ উপৰিও ভাৰত আৰু জাৰ্মানীৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বহু বাণিজ্য সংস্থাই এই সন্মিলনত অংশগ্ৰহণ কৰিব।
News9 Global Summit 2025: জাৰ্মানীৰ পৰা বিশ্বই শুনিলে ভাৰতৰ গৰ্জন, বিশেষজ্ঞৰ মতে বিনিয়োগ কৰিব বিচাৰিলে ভাৰততকৈ ভাল ঠাই নাই!
News9 Global Summit 2025 ত ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু বিশ্বব্যাপী ভূমিকা সম্পৰ্কে ব্যাপক চৰ্চা হয়।জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলে ভাৰত-জাৰ্মানীৰ সম্পৰ্ক শক্তিশালী আৰু পৰিৱৰ্তিত বিশ্ব পৰিৱেশৰ বিষয়ে আলোচনা কৰে।
- Raj Saikia
- Updated on: Oct 10, 2025
- 11:08 am
News9 Global Summit: বিশ্বক প্ৰয়োজন ভাৰতৰ…আঁৰৰ কাৰণ ক’লে ডাঃ বীৰমণিয়ে…
News9 Global Summit: দুদিনীয়া কাৰ্যসূচীৰে জাৰ্মানীত আৰম্ভ হৈছে নিউজ৯ গ্লোবেল চামিট ২০২৫। এই অনুষ্ঠানত দেশ-বিদেশৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিছে। এই সময়চোৱাত নিটি আয়োগৰ সদস্য ড০ অৰবিন্দ বীৰমানীয়েও মন্তব্য প্ৰদান কৰে।
- Barasha Sarma
- Updated on: Oct 10, 2025
- 11:56 am
News9 Global Summit 2025: ভাৰতক বিশ্ব অৰ্থনীতিৰ প্ৰকৃত ইঞ্জিন আখ্য ইউৰোপীয় সংঘৰ, বাণিজ্য চুক্তি সন্দৰ্ভত ডাঙৰ ঘোষণা
News9 Global Summit 2025: আজি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে News9 Global Summit 2025 । জাৰ্মানীত এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আয়ুক্ত মাৰ’ছ চেফকোভিচে কয় যে ভাৰত ইউৰোপীয় ইউনিয়নৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু বিশ্ব অৰ্থনীতিৰ ইঞ্জিন।
- Raj Saikia
- Updated on: Oct 10, 2025
- 11:08 am
জাৰ্মানীৰ সৈতে সম্পৰ্ক শক্তিশালী, ইউপিআই লেনদেন ৰেকৰ্ড… নিউজ৯ গ্ল’বেল ছামিটত নৱ ভাৰতক চিনাকি কৰাই দিলে টিভি৯ নেটৱৰ্কৰ এমডি বৰুণ দাসে
TV9 নেটৱৰ্কৰ এমডি-চিইঅ’ বৰুণ দাসৰ ভাষণেৰে আৰম্ভ হয় নিউজ৯ গ্ল’বেল ছামিট ২০২৫ৰ জাৰ্মানী সংস্কৰণ। তেওঁ সন্মিলনত উপস্থিত থকাসকলক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়। ’২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ আমাৰ যাত্ৰাত ভাৰতলৈ আহক আৰু আমাৰ সৈতে যোগদান কৰক।’ বৰুণ দাসে কয়।
- Raj Saikia
- Updated on: Oct 10, 2025
- 11:09 am
News9 Summit: বলীউডৰ অভিনেতা সুনীল শেট্টীৰ সৈতে নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ আছুতীয়া সাক্ষাৎকাৰ
ছুপাৰষ্টাৰ সুনীল শেট্টীয়ে News9 Global Summit 2025 ৰ বিশেষ খণ্ড দ্য চিনেমেটিক ইনভেষ্টৰত অংশগ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ বলীউড বনাম দক্ষিণৰ ছবিৰ ওপৰত মন্তব্য কৰে।
- Barasha Misra
- Updated on: Jun 19, 2025
- 23:58 pm
News9 Global Summitৰ আজি অন্তিম দিনঃ অনুষ্ঠিত হ’ব দুই জাৰ্মান ক্লাৱৰ ফুটবল মেচ
জাৰ্মানীৰ ষ্টুটগাৰ্ট চহৰৰ এম এইচ পি এৰিনাত অনুষ্ঠিত হৈ থকা দেশৰ শীৰ্ষতম নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটৰ আজি অন্তিম দিন। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ আজি অন্তিম দিনা জাৰ্মানীৰ দুই অন্যতম আগশাৰীৰ ক্লাৱ VfB Stuttgart আৰু VfL Bochum ৰ মাজত এম এইচ পি এৰিনাত এক আকৰ্ষণীয় ফুটবল মেচ অনুষ্ঠিত হ’ব।
- Monjit Dutta
- Updated on: Nov 23, 2024
- 09:30 am
ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে গুৰুত্বপূৰ্ণ এই বৰ্ষ, নতুন উচ্চতাত হ’ব উপনীতঃ প্ৰধানমন্ত্ৰী মোদী
নিউজ৯ গ্ল’বেল ছামিটৰ জাৰ্মানী সংস্কৰণত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে চলিত এই ২০২৪ বৰ্ষটো ভাৰত-জাৰ্মানী সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ বৰ্ষ বুলি অভিহিত কৰে আৰু এই বৰ্ষত ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক নতুন শিখৰত উপনীত হ’ব বুলি দৃঢ়তাৰে কয়।
- Monjit Dutta
- Updated on: Nov 22, 2024
- 23:14 pm
News9 Global Summit: সাজু বিকশিত ভাৰতৰ ভেটি, জাৰ্মানী হ’ব গুৰুত্বপূৰ্ণ অংশীদাৰঃ প্ৰধানমন্ত্ৰী মোদী
জাৰ্মানীৰ ষ্টুটগাৰ্টত আয়োজিত দেশৰ শীৰ্ষস্থানৰ নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটত বক্তব্য প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ বাবে ভেটি সাজু হৈছে আৰু এই যাত্ৰাত জাৰ্মানী অতি গুৰুত্বপূৰ্ণ অংশীদাৰ হ’ব বুলি মন্তব্য কৰে।
- Monjit Dutta
- Updated on: Nov 22, 2024
- 22:39 pm
News9 Global Summit: মই সুখী যে দেশৰ এটা মিডিয়া গ্ৰুপে আজি ভাৰতক জাৰ্মানীৰ সৈতে সংযোগ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে News9 Global Summitৰ মঞ্চত নিজৰ মতামত দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত আৰু জাৰ্মানীৰ সম্পৰ্ক শতিকা পুৰণি। জাৰ্মানী ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়, য’ত তামিল আৰু তেলেগু ভাষাত গ্ৰন্থ প্ৰকাশ পাইছিল। ইয়াত ভাৰতৰ ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে।
- Barasha Misra
- Updated on: Nov 22, 2024
- 22:11 pm
প্ৰধানমন্ত্ৰী মোদীৰ পৰা ‘RRR’ৰ শিক্ষাঃ কি এই RRR! নিউজ৯ গ্ল’বেল ছামিটত ক’লে বৰুণ দাসে
জাৰ্মানীৰ ষ্টুটগাৰ্টত চলি থকা নিউজ৯ গ্ল’বেল ছামিটৰ দ্বিতীয় দিনা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে। প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি বৰুণ দাসে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ শান্তি আৰু উন্নয়নৰ পক্ষপাতী ব্যক্তি বুলি অভিহিত কৰে।
- Monjit Dutta
- Updated on: Nov 22, 2024
- 21:58 pm
News9 Global Summitত ভাৰতৰ সাফল্যৰ ভৱিষ্যদ্বাণীঃ ২০৪০ৰ ভিতৰত পিছ পেলাব আমেৰিকা-চীনক!
২০৪০ চনৰ পূৰ্বে ভাৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এইক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিব চীন আৰু আমেৰিকাক। ভাৰতবৰ্ষত যুৱ প্ৰজন্মৰ বৃ্হৎ জনসংখ্যাৰ বাবেই বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় দেশ হিচাপে পৰিগণিত হোৱাৰ দিশত।– এই ভৱিষ্যদ্বাণী কৰা হৈছে জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত হৈ থকা নিউজ৯ গ্ল’বেল ছামিটত।
- Monjit Dutta
- Updated on: Nov 22, 2024
- 18:31 pm
News9 Global Summit: AIয়ে কাঢ়িব নোৱাৰিব চাকৰি, কৰিব লাগিব দক্ষতা বিকাশ
News9 Global Summit Germany: ভৱিষ্যতে বহুতো লোকৰ চাকৰি হেৰুৱাব, এয়া খণ্ডত কাম কৰা উদ্যোগীসকলৰ বিশ্বাস নহয়। টিভি9 নেটৱৰ্কৰ নিউজ9 Global Summitত কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত সম্পৰ্কে প্ৰাক্তন উদ্যোগীসকলৰ মাজত আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল।
- Trishna Kalita
- Updated on: Nov 22, 2024
- 17:40 pm
News9 Global Summit: শ্বাহৰুখ খান আৰু ভাৰতীয় চলচ্চিত্ৰৰ বিষয়ে কি ভাবে জাৰ্মানীয়ে? Global Summitত ক’লে…
News9 Global Summit Germany: দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক টিভি9-ৰ নিউজ9 গ্লোবেল ছামিটত ভাৰতীয় চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰা হৈছিল। এই সময়ছোৱাত, অলিভাৰ মানে শ্বাহৰুখ খানৰ কথা উল্লেখ কৰে। তেওঁ এই 'স্লামডগ মিলিয়নেয়াৰ'ক এখন অতিকৈ ভাল ছবি হিচাপে বৰ্ণনা কৰে।
- Trishna Kalita
- Updated on: Nov 22, 2024
- 15:55 pm
জলবায়ু পৰিৱৰ্তন-AIৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত আছে ভাৰত-জাৰ্মানীৰ সহযোগিতাঃ বৰুণ দাস
জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত হৈ থকা নিউজ৯ গ্ল’বেল ছামিটৰ আজি দ্বিতীয় দিনা টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে সন্মিলনত ভাষণ প্ৰদান কৰে। নিজ ভাষণত তেওঁ জলবায়ু পৰিৱৰ্তন আৰু কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আজি এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব।
- Monjit Dutta
- Updated on: Nov 22, 2024
- 14:45 pm
News9 Global Summit: ভাৰত আৰু জাৰ্মানীৰ মাজত কেনেদৰে বৃদ্ধি হ’ব বিনিয়োগ? বিশেষজ্ঞই ক’লে মনৰ কথা..
News9 Global Summit: News9 দেশৰ সৰ্ববৃহৎ মিডিয়া কোম্পানী TV9 Network ৰ Global Summit আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বহু বিখ্যাত ব্যক্তি জাৰ্মানীৰ ষ্টুটগাৰ্ট চহৰৰ ঐতিহাসিক ফুটবল খেলপথাৰ এম এইচ পি এৰিনাত উপস্থিত হৈছে। এই উপলক্ষে শ্ৰীনগৰ টু ষ্টুটগাৰ্ট দ্য কনজিউমাৰ ষ্টৰী ছেছনত ষ্টুটগাৰ্ট বিমানবন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া উলৰিচ হেপ্পে ভাৰত আৰু জাৰ্মানীৰ মাজৰ বিনিয়োগ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
- Trishna Kalita
- Updated on: Nov 22, 2024
- 14:16 pm