শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বৰদিন

বৰদিন

বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়। অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়। বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস।

Read More

Christmas Celebration: তমন্নাৰ পৰা শিল্পালৈ…বলীউডৰ তাৰকাসকলে কেনেদৰে কৰিছে বৰদিন উদযাপন?

Christmas Celebration 2025: আজি ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্বতে বৰদিনৰ উৎসৱ কৰা। বলীউডৰ একাংশ তাৰকায়ো পৰিয়ালৰ সৈতে এই বিশেষ অনুষ্ঠানটো উদযাপন কৰিছে। শিল্পা শ্বেট্টী আৰু তমন্নাহ ভাটিয়াকে ধৰি বহু বলীউডৰ তাৰকাই বৰদিন উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে।

যীশুখ্ৰীষ্টৰ লগত ছান্টাক্লজক কি সম্পৰ্ক? জানক আঁৰৰ কাহিনী

সমগ্ৰ বিশ্বতে ছান্টাক্লজ নামেৰে পৰিচিত ব্যক্তিজনৰ প্ৰকৃত নাম আছিল ছেইণ্ট নিকোলাছ। তেওঁ আছিল আধুনিক তুৰস্কৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত প্ৰাচীন লাইচিয়াৰ এখন চহৰ মায়ৰাৰ। বৰ্তমান ই তুৰস্কৰ আন্টালিয়া প্ৰদেশৰ অংশ। তেওঁৰ জন্ম হৈছিল ২৮০ খ্ৰীষ্টাব্দত তুৰ্কমেনিস্তানৰ (বৰ্তমান তুৰস্ক)ৰ এই মায়ৰা চহৰত।

Christmas 2025: বিশ্বৰ এইখন দেশত খ্ৰীষ্টান জনসংখ্যা সৰ্বাধিক, ভাৰতত কিমান জানেনে?

২৫ ডিচেম্বৰত পালন কৰা এই উৎসৱ খ্ৰীষ্টান ধৰ্ম অনুগামীসকলৰ বাবে অন্যতম পবিত্ৰ উৎসৱ। । উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতৰ বিললৈকে সকলোতে গীৰ্জা সজ্জাৰে আলোকিত হৈ আছে। কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনখন দেশত খ্ৰীষ্টান জনসংখ্যা সৰ্বাধিক আৰু ভাৰতৰ জনসংখ্যা কিমান?

Christmas 2025: আজি পবিত্ৰ বৰদিন, কেৰ’লৰ ধ্বনিৰে মুখৰিত চৌদিশ, সজাই তোলা হৈছে গুৱাহাটী মহানগৰী…

গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ ব্যাপক আয়োজন। বৰদিনৰ সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ।  এফালে আটক ধুনীয়াকৈ সাজু কৰা হৈছে গীৰ্জাঘৰ আনফালে কেৰলৰ ধ্বনিৰে মুখৰিত চৌদিশ। বৰদিন উৎযাপনৰ জৰিয়তে সমগ্ৰ দেশতে শান্তি সম্প্ৰীতিৰ বিৰাজ কৰিবৰ বাবে যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি জানিব দিছে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে ।

Christmas 2025:বৰদিনৰ শুভক্ষণত পঢ়ক যীশুৰ ১০ টা মহান বাণী…

Jesus Christ Quotes: প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটো বৰদিন হিচাপে পালন কৰা হয়। এই দিনটোত জন্ম হৈছিল যীশু খ্ৰীষ্টৰ। যীশুৱে বহু ধৰ্মীয় বাণী কৈ গৈছে। যি পাছলৈ বাইবেল আকাৰে ৰূপান্তৰিত হয়। এই বিশেষ দিনটো উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন পালন কৰে।

Christmas Wishes 2025: এইদৰে সকলোলৈ প্ৰেৰণ কৰক পবিত্ৰ বৰদিনৰ শুভেচ্ছা…

Merry Christmas: বৰদিনে কেৱল অপৰিসীম আনন্দ কঢ়িয়াই অনাই নহয়, এই পবিত্ৰ উৎসৱে আপোনজনক সংযোগ কৰা শীতকালীন উৎসৱ। এই বিশেষ অনুষ্ঠানত আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰি বৰদিনৰ শুভেচ্ছা জনাব পাৰে।

পবিত্ৰ বৰদিনলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী, মহানগৰীত ব্যাপক প্ৰস্তুতি

খ্ৰীষ্টানধৰ্মালম্বীসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে এই দিনটো পালন কৰে। বৰদিনৰ সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনক উপহাৰ দিয়ে আৰু একেলগে বিশেষ খাদ্য উপভোগ কৰে।

Merry Christmas 2025: বৰদিনৰ দিনা বন্ধু-বান্ধৱী আৰু আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্য এই উৎসৱ পালন কৰা হয়। বৰদিনৰ দিনা বন্ধু-বান্ধৱী আৰু আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

Christmas 2025: বৰদিন কেতিয়া? এই দিনটোৰ ইতিহাস, মহত্ব, কেনেকৈ পালন কৰা হয় সকলো জানক…

প্ৰতি বছৰে ২৫ ডিচেম্বৰত গীৰ্জাঘৰত বৰদিনৰ ঘণ্টাৰ শব্দ শুনা যায়। লগতে প্ৰতিটো গীৰ্জাঘৰ লাইট আৰু অন্যান্য সজ্জাৰে সজাই তোলা হয়। বৰদিনৰ দিনা খ্ৰীষ্টানসকলে ঘৰত কেক কাটি ইজনে সিজনৰ লগত মিঠাই ভাগ কৰে।

বৰদিন কিয় পালন কৰা হয়? ইয়াৰ আঁৰৰ কাহিনী জানো আহক…

বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়।

Merry Christmas 2025: ছাণ্টাক্লজ কোন? বৰদিনৰ নিশা সঁচাকৈ আহে নেকি ছাণ্টাক্লজ?

ছাণ্টা ক্লজৰ বিষয়ে বহুটো মতভেদ আছে। কিছুমানে বিশ্বাস কৰে যে, ইতিহাসবিদ অডিন হৈছে ছাণ্টাক্লজ, আনহাতে কিছুমানে ছেইণ্ট নিকোলাছক ছাণ্টাক্লজ বুলি গণ্য কৰে। কিন্তু আটাইতকৈ বিশেষ কথাটো হ’ল ছাণ্টাই শিশুসকলৰ বাবে উপহাৰ আনিছিল। সেই কাৰণে তেওঁ বিখ্যাত হৈ পৰিছিল, আজিও ইয়াৰ বাবে খ্ৰীষ্টমাছত উপহাৰ দিয়াৰ পৰম্পৰা চলি আছে।

বৰদিনত কিয় Christmas tree ব্যৱহাৰ কৰে, এই গছজোপা কিয় ইমান বিশেষ?

বৰদিন গছৰ উৎপত্তিৰ আঁৰত বহুতো প্ৰবাদ চলি আহিছে। এই বিখ্যাত কাহিনীবোৰৰ ভিতৰত এটা ষোড়শ শতিকাৰ খ্ৰীষ্টান সংস্কাৰক মাৰ্টিন লুথাৰৰ সৈতে জড়িত। কোৱা হয় যে, এবাৰ মাৰ্টিন লুথাৰে বৰফৰ অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে এজোপা চিৰসেউজ গছ দেখিছিল, যাৰ ডালবোৰ জোনৰ পোহৰত জিলিকি আছিল।

ছাণ্টাক্ল’জৰ ৰূপত এম এছ ধোনী, পৰিয়ালৰ সৈতে উদযাপন কৰিলে বৰদিন!

Christmas 2024: খ্ৰীষ্টমাছৰ ৰঙত ৰঙীন হোৱা দেখা গৈছে প্ৰাক্তন ভাৰতীয় অধিনায়ক ধোনীক। ছাণ্টাক্ল'জৰ কাপোৰ পৰিধান কৰি ঘৰত উপস্থিত হৈ কন্যা আৰু পত্নীক চাৰপ্ৰাইজ দিয়ে ধোনীয়ে। এই সময়ছোৱাত, ধোনীয়ে কন্যা জিভা আৰু পত্নী সাক্ষীক উপহাৰ দিয়ে।

Christmas 2024: খ্ৰীষ্টমাছৰ নিশা গ্ৰহণ কৰক এইসমূহ বিশেষ প্ৰতিকাৰ, আঁতৰ হ’ব জীৱনৰ সকলো বাধা!

Christmas Day Remedies: খ্ৰীষ্টমাছৰ হৈছে সুখ, প্ৰেম আৰু আশাৰ প্ৰতীক। এই বিশেষ নিশাটোত কিছুমান বিশেষ প্ৰতিকাৰ গ্ৰহণ কৰি, আপুনি আপোনাৰ জীৱনত ইতিবাচক শক্তি আনিব পাৰে আৰু আপোনাৰ ইচ্ছা পূৰণ কৰিব পাৰে। আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনিব পৰা কিছুমান প্ৰতিকাৰৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক...

ক’ত সমাধিস্থ কৰা হৈছে ছান্টাক্লজক, যীশুখ্ৰীষ্টৰ লগত কি সম্পৰ্ক? জানক আঁৰৰ কাহিনী

Santa Clause aka Saint Nicholas history: বিশ্বাস কৰা হয় যে, ছান্টাক্লজ বৰদিনৰ দিনা আহে আৰু জনসাধাৰণৰ ইচ্ছা পূৰণ কৰে। কিন্তু আপুনি জানেনে ছান্টাক্লজ কোন আছিল, মৃত্যুৰ পিছত তেওঁক ক’ত সমাধিস্থ কৰা হৈছিল আৰু এতিয়া তেওঁৰ কবৰ ক’ত আছে জানেনে?