শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Happy Navratri Wishes: শাৰদীয় নৱৰাত্ৰিত বন্ধু-বান্ধৱী আৰু পৰিয়ালক দিয়ক শুভেচ্ছা

২২ ছেপ্টেম্বৰত ঘট স্থাপনৰ দ্বিতীয় শুভ সময় হৈছে অভিজিৎ মুহূৰ্ত, যিটো পুৱা ১১:৪৯ বজাৰ পৰা নিশা ১২:৩৮ বজালৈ চলিব। ইয়াৰ মুঠ সময়সীমা হ’ব ৪৯ মিনিট। এই সময়ছোৱাত আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ লোকক দিয়ক শুভেচ্ছা...

Happy Navratri Wishes: শাৰদীয় নৱৰাত্ৰিত বন্ধু-বান্ধৱী আৰু পৰিয়ালক দিয়ক শুভেচ্ছা
শাৰদীয় নৱৰাত্ৰিত বন্ধু-বান্ধৱীৰ বাবে দিয়ক শুভেচ্ছা
barasha-misra
Barasha Misra | Updated On: 19 Sep 2025 21:03 PM

২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি ২০২৫ৰ শুভ উৎসৱ। নৱৰাত্ৰিৰ ন দিনত দেৱী দুৰ্গাৰ নটা ৰূপক পূজা কৰা হয়। এইবাৰ অত্যন্ত শুভ কাৰণ হাতীত উঠি আহিব দেৱী আদিশক্তি। বিশ্বাস কৰা হয় যে এই বছৰে সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনিব।

২২ ছেপ্টেম্বৰত ঘট স্থাপনৰ দ্বিতীয় শুভ সময় হৈছে অভিজিৎ মুহূৰ্ত, যিটো পুৱা ১১:৪৯ বজাৰ পৰা নিশা ১২:৩৮ বজালৈ চলিব। ইয়াৰ মুঠ সময়সীমা হ’ব ৪৯ মিনিট। এই সময়ছোৱাত আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ লোকক দিয়ক শুভেচ্ছা…

শুভেচ্ছা

  • মাৰ আশীৰ্বাদ সদায় আপোনাৰ পৰিয়ালৰ লগত থাকক। মা দুৰ্গাই আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, নৱৰাত্ৰিৰ শুভেচ্ছা
  • দেৱীৰ কৃপাত জীৱন আলোকিত হওক, নৱৰাত্ৰিৰ উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনক, শাৰদীয় নৱৰাত্ৰিৰ শুভেচ্ছা।
  • নৱৰাত্ৰিৰ সময়ত দেৱী মা আপোনাৰ দুৱাৰমুখলৈ আহক, আপোনাৰ পৃথিৱীখন সুখেৰে ভৰি পৰক, নৱৰাত্ৰিৰ বাবে শুভেচ্ছা।
  • দেৱীৰ কৃপাত আপোনাৰ জীৱন সুখেৰে পৰিপূৰ্ণ হওক, মা দুৰ্গাৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক, নৱৰাত্ৰীৰ শুভেচ্ছা থাকিল
  • নৱৰাত্ৰিত মাৰ আশীৰ্বাদে আপোনাৰ প্ৰতিটো খোজ সফল কৰক, মাৰ আশীৰ্বাদ সদায় আপোনাৰ জীৱনত ৰৈ যাওক, নৱৰাত্ৰীৰ শুভেচ্ছা থাকিল