
নৱৰাত্ৰি
নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক উৎসৱ, প্ৰধানতঃ শক্তি উপাসনাৰ লগত জড়িত। নৱৰাত্ৰিক সাধাৰণতে দুৰ্গা পূজা নামেৰে জনা যায়। বসন্ত কালত হোৱা নৱৰাত্ৰিক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা ভাগক শাৰদীয় পূজা নামেৰে জনা যায়। নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয়। নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়।
Durga Puja: কালৰাত্ৰি কোন? জানক কিয় লৈছিল মা দুৰ্গাই এই শক্তিশালী ৰূপ
নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী দুৰ্গাৰ অন্য ৰূপৰ পূজা কৰা হয়। শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিনা সপ্তমী তিথি দেৱী দুৰ্গাৰ সপ্তম ৰূপ মা কালৰাত্ৰিৰ প্ৰতি উৎসৰ্গিত। মা কালৰাত্ৰিৰ ৰূপক অত্যন্ত উগ্ৰ আৰু শক্তিশালী বুলি গণ্য কৰা হয়।
- Barasha Misra
- Updated on: Sep 29, 2025
- 09:36 am
সন্তান প্ৰাপ্তিৰ বাবে নৱৰাত্ৰিত কৰক দেৱী স্কন্দমাতাৰ পূজা, জানক পূজাৰ শুভ সময়, মন্ত্ৰ আৰু আৰতিৰ বিষয়ে…
Shardiya Navratri 2025 Day 6: হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰিৰ বিশেষ তাৎপৰ্য আছে। এইবাৰ নৱৰাত্ৰিৰ তিথি অতিৰিক্ত হোৱাৰ বাবে ষষ্ঠ দিনা পঞ্চম দেৱী মা স্কন্দমাতাক পূজা কৰা হ’ব। ইয়াত পঢ়ক দেৱী পূজা, মন্ত্ৰ জপ, আৰতি কৰা পদ্ধতি, যিয়ে জীৱনৰ পৰা সকলো দুখ-কষ্ট দূৰ কৰি ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব।
- Barasha Misra
- Updated on: Sep 27, 2025
- 07:20 am
বিল্বেশ্বৰ দেৱালয়ত কিয় দুৰ্গা পূজাত দেৱীৰ মৃণ্ময় মূৰ্তিৰ পূজা নহয়? জানক দেৱালয়ৰ ৰহস্য আৰু ইতিহাস
Billeswar Devalaya: অসমৰ পৌৰাণিক মন্দিৰ-দেৱালয়সমূহৰ ভিতৰত অন্যতম বিল্বেশ্বৰ দেৱালয়। এই দেৱালয়ৰ আঁৰত আছে বহু ৰহস্য আৰু ইতিহাস। আজি সবিশেষ জানো আহক...
- Barasha Misra
- Updated on: Sep 23, 2025
- 21:33 pm
Navaratri Wishes: কেতিয়া শাৰদীয় নৱৰাত্ৰি? এই নৱৰাত্ৰিত সকলোকে দিয়ক শুভকামনা
পঞ্চাঙৰ তথ্য অনুসৰি শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব। শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয়। এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয়।
- Barasha Misra
- Updated on: Sep 21, 2025
- 13:58 pm
Happy Navratri Wishes: শাৰদীয় নৱৰাত্ৰিত বন্ধু-বান্ধৱী আৰু পৰিয়ালক দিয়ক শুভেচ্ছা
২২ ছেপ্টেম্বৰত ঘট স্থাপনৰ দ্বিতীয় শুভ সময় হৈছে অভিজিৎ মুহূৰ্ত, যিটো পুৱা ১১:৪৯ বজাৰ পৰা নিশা ১২:৩৮ বজালৈ চলিব। ইয়াৰ মুঠ সময়সীমা হ’ব ৪৯ মিনিট। এই সময়ছোৱাত আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ লোকক দিয়ক শুভেচ্ছা...
- Barasha Misra
- Updated on: Sep 19, 2025
- 21:03 pm
দেৱী দুৰ্গাক কিয় দশভূজা বুলি কোৱা হয়? জানক তেওঁ ধাৰণ কৰা অস্ত্ৰবোৰ কোনে প্ৰদান কৰিছিল
মা দুৰ্গাৰ দহখন হাত আছে। তেওঁ বিভিন্ন দেৱ-দেৱীৰ পৰা পোৱা দহ বিধ অস্ত্ৰ ধাৰণ কৰে, যি তেওঁৰ ঐশ্বৰিক শক্তি আৰু মহিষাসুৰক বধি কৰাৰ ক্ষমতাৰ প্ৰতীক।
- Barasha Misra
- Updated on: Sep 19, 2025
- 14:21 pm
Shardiya Navratri 2025: শাৰদীয় নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া?
Shardiya Navratri 2025: ২০২৫ চনৰ নৱৰাত্ৰি ২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হ'ব। এই দিনটোত ঘট স্থাপনৰ বাবে দুটা শুভ সময়। এই শুভ সময়ত ঘট স্থাপন কৰাটো শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়।
- Barasha Misra
- Updated on: Sep 18, 2025
- 19:49 pm
Navratri 2025: নৱৰাত্ৰিত কি কি ৰঙে আপোনাক শুভ ফল দিব? জানক কোনদিনা কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিব…
২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব। নৱৰাত্ৰিৰ প্ৰতিটো দিনৰ ৰং দেৱী দুৰ্গাৰ এক নিৰ্দিষ্ট ৰূপৰ সৈতে জড়িত। আজি জানো আহক নৱৰাত্ৰিত কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে শুভ ফল পোৱা যাব।
- Barasha Misra
- Updated on: Sep 17, 2025
- 22:09 pm
Navratri 2025: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব। শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয়। এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয়। এই সময়ছোৱাত বহুলোকে অখণ্ড জ্যোতি জ্বলায়। ইয়াৰ তাৎপৰ্য কি জানো আহক...
- Barasha Misra
- Updated on: Sep 17, 2025
- 20:00 pm
Navratri 2025: নৱৰাত্ৰিত পূজা কৰা দেৱীৰ ৯টা ৰূপ কি কি? জানক প্ৰতিটো ৰূপৰ মহত্ব
দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে। মা দুৰ্গা দেৱীৰ ৰূপ ন-বিধ।
- Barasha Misra
- Updated on: Sep 12, 2025
- 09:14 am
Navratri 2025: শাৰদীয় নৱৰাত্ৰিত কি কি কৰিব কি কি নকৰিব জানক
নৱৰাত্ৰিত ন দিন ব্ৰত পালন কৰি দেৱীৰ নটা ৰূপক পূজা কৰি মাতৃ দুৰ্গাই সন্তুষ্ট হৈ সাধকক আশীৰ্বাদ প্ৰদান কৰে। দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন নিয়ম গ্ৰহণ কৰা হয়।
- Barasha Misra
- Updated on: Sep 9, 2025
- 20:02 pm
Shardiya Navratri 2025 Calendar: কেতিয়াৰ পৰা আৰম্ভ শাৰদীয় নৱৰাত্ৰি? জানক এই ৯ টা দিনৰ মহত্ব
Shardiya Navratri 2025: ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব শাৰদিয়া নৱৰাত্ৰি। এই সময়ত দুৰ্গা দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয়। ২০২৫ চনৰ শাৰদীয়া নৱৰাত্ৰিৰ বিষয়ে জানো আহক...
- Barasha Misra
- Updated on: Sep 9, 2025
- 18:22 pm
Durga Puja 2025 Date: দুৰ্গা পূজা কেতিয়া? প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি কোনে কৰিছিল জানক
হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰেৰে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই সময়ছোৱাত মা দুৰ্গাক নটা ভিন্ন ৰূপত পূজা কৰা হয়।
- Barasha Misra
- Updated on: Sep 5, 2025
- 15:46 pm
Chaitra navratri 2025 day 9: মহানৱমী পূজাৰ সময়ত পঢ়ক মা সিদ্ধিদাত্ৰীৰ কাহিনী, প্ৰতিটো ইচ্ছা হ’ব পূৰণ!
Maa Siddhidatri Vrat Katha: নৱৰাত্ৰিৰ নৱম দিনা মা সিদ্ধিদাত্ৰী পূজা কৰাৰ পৰম্পৰা আছে। এই দিনটোত মা সিদ্ধিদাত্ৰী পূজা কৰিলে সিদ্ধি লাভ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও পূজাৰ সময়ত মা সিদ্ধিদাত্ৰীৰ ব্ৰতৰ কাহিনী পঢ়িলে এজন ব্যক্তিৰ সকলো কামনা পূৰণ হয়।
- Barasha Misra
- Updated on: Apr 6, 2025
- 13:19 pm
Chaitra Navratri 2025 Upay: চৈত্ৰ নৱৰাত্ৰিৰ শেষ নিশা কৰক এই কাম, কেতিয়াও ধনৰ অভাৱৰ নহয় আপোনাৰ!
Chaitra Navratri 2025 Upay: দেৱী দুৰ্গাক উৎসৰ্গিত চৈত্ৰ নৱৰাত্ৰিৰ উৎসৱ ৯ দিন উদযাপন কৰা হয়। ২০২৫ চনৰ ৬ এপ্ৰিলত চৈত্ৰ নৱৰাত্ৰিৰ সামৰণি পৰিব আৰু ৰাম নৱমীও উদযাপন কৰা হ’ব। চৈত্ৰ নৱৰাত্ৰিৰ শেষ নিশা কি কি কৰিব লাগে জানক।
- Barasha Misra
- Updated on: Apr 6, 2025
- 13:20 pm