Sawan 2024 : শাওন মাহত হাতত লগাওক সুন্দৰ শিৱ-পাৰ্বতী ডিজাইনৰ মেহেন্দি! সকলোৱে কৰিব প্ৰশংসা
শাওন মাহ ২২ জুলাইৰ পৰা আৰম্ভ হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি,শাওন মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। এই মাহত সাজ-সজ্জা কৰি মহিলাসকলে গৌৰী শংকৰৰ উপাসনা কৰে। লগতে নিজৰ হাতত মেহেদী প্ৰয়োগ কৰে। আপুনিও এই ডিজাইনবোৰৰ পৰা ধাৰণা ল'ব পাৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5