ফলৰ ৰস খালে হ’ব পাৰে ডায়েবেটিছ !

30 May 2025

TV9 ASSAM

Credits: Getty Images

চ’ডা, এনাৰ্জি ড্ৰিংকছৰ খোৱাৰ ফলত আপুনি ডায়েবেটিছৰ বলি হ’ব পাৰে। আনকি ফলৰ ৰস খালেও টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

চ’ডা, এনাৰ্জি ড্ৰিংকছ

ব্রিগম ইয়ং বিশ্ববিদ্যালয়ৰ (BYU) গৱেষকসকলে কৰা এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে । 

গৱেষণা

গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতিদিনে ৩৫০ মিলিলিটাৰ চ’ডা বা এনাৰ্জি ড্ৰিংক সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা ২৫% বৃদ্ধি পায়।

টাইপ ২ ডায়েবেটিছ

একে সময়তে প্ৰতিদিনে ২৫০ মিলিলিটাৰ ফলৰ ৰস খালে এই আশংকা ৫ শতাংশ বৃদ্ধি পাব পাৰে বুলি গৱেষণা দেখা গৈছে ।

ফলৰ ৰস

ফলৰ ৰসে শৰীৰত চুগাৰৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে। প্ৰতিদিনে এইবোৰ সেৱন কৰিলে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

চুগাৰৰ মাত্ৰা

গৱেষণাৰ পৰা দেখা গৈছে যে ফলৰ ৰসতকৈ গোটা ফল খোৱাটো অধিক উপকাৰী। ই ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি নকৰে।

গোটা ফল

যিকোনো ধৰণৰ এনাৰ্জি ড্ৰিংকে আপোনাক সহজেই ডায়েবেটিছৰ বলি কৰিব পাৰে। এনে পৰিস্থিতিত এইবোৰ সেৱন কৰিব নালাগে।

সেৱন নকৰিব

পঢ়িবলৈ ক্লিক কৰক

ভাৰতৰ কিমান নাগৰিক পাকিস্তানৰ জেলত বন্দী ?