TV9 ASSAM
Credits: Getty Images
অসমত সৰ্বাধিক উৎপাদন হোৱা এবিধ পাচলি হৈছে ৰঙালাও । এই ৰঙালাওত বহু স্বাস্থ্য উপকাৰী গুণ আছে ।
ৰক্তহীনতা সমস্যাৰ পৰা ওজন হ্ৰাস কৰালৈকে ৰঙালাও বৰ উপকাৰী । এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে ।
শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ আপুনি ৰাঙলাও খাব পাৰে । আইৰণ সমৃদ্ধ এই পাচলি বিধৰ পৰা আপুনি ৰক্তহীনতাৰ পৰা শৰীৰটোক ৰক্ষা কৰিব পাৰে ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ৰঙালাও উপকাৰী । ৰঙালাওত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে বুলি কোৱা হয় ।
আঁহযুক্ত এই পাচলি বিধে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায় কৰে । তদুপৰি ভোক নিয়ন্ত্ৰণত ৰঙালাও উপকাৰী বুলি কোৱা হয় ।
ৰঙালাওত ভিটামিন এ আৰু ই থাকে । গতিকে এই পাচলি বিধ চকু, ছাল আৰু চুলিৰ বাবেও উপকাৰী ।
ৰঙালাওৰ সৈতে জড়িত অধিক তথ্যৰ বাবে খাদ্য বা পুষ্টি বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক । সাধাৰণ তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
পঢ়িবলৈ ক্লিক কৰক