বাম্পাৰ অফাৰঃ ২.৫ লাখ টকালৈকে হ্ৰাস মাৰুটি ছুজুকিৰ বাহনৰ দৰ, এতিয়াই লওক সুযোগ
নিজৰ পৰিয়ালটোলৈ বুলি এখন বাহন ক্ৰয়ৰ সপোন কাৰ নাথাকে? যদি আপুনিও এখন বাহন ক্ৰয়ৰ বাবে পৰিকল্পনা কৰি আছে, তেন্তে আপোনাৰ সমুখলৈ আহিছে এক সুৱৰ্ণ সুযোগ। মাৰুতি ছুজুকিয়ে গ্ৰাহকক আকৰ্ষণৰ বাবে প্ৰতিষ্ঠানটোৰ কেইখনমান বাহনৰ ক্ষেত্ৰত বিশেষ ৰেহাই প্ৰদান কৰিছে। হ্ৰাস পাইছে প্ৰতিষ্ঠানটোৰ চাৰিখনকৈ বাহনৰ দৰ। যদি আপুনিও এই ৰেহাইৰ সুবিধা ল’ব বিচাৰিছে, চাওক মাৰুটি ছুজুকিৰ দৰ হ্ৰাস পোৱা বাহনকেইখনৰ বিষয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5