শাহু-শহুৰৰ সেৱা নকৰাসকলৰ আত্মাৰ কি হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
1 June 2025
TV9 ASSAM
হিন্দু ধৰ্মত শাহু-শহুৰক পিতৃ-মাতৃৰ স্থানত ৰাখে। যদি বোৱাৰীয়ে সেৱা নকৰে তেন্তে কি হয়?
শাহু-শহুৰৰ সেৱা
প্ৰেমানন্দ মহাৰাজৰ মতে, যিগৰাকী বোৱাৰীয়ে শাহু-শহুৰৰ সেৱা নকৰে, তেওঁ কৰ্মফল ভোগে।
কৰ্ম ফল
যদি সেৱা নকৰে তেন্তে পিতৃ দোষ লাগে। যাৰ ফলত সমস্যাৰে ভৰি পৰে জীৱন।
পিতৃ দোষ
যিয়ে পিতৃ-মাতৃ বা বৃদ্ধক অৱহেলা কৰে, তেনে আত্মাই মৃত্যুৰ পিছত কষ্ট পায়।
কষ্ট
বিশ্বাস অনুসৰি, এনে আত্মাবোৰ ভূত, পিশাচৰ দৰে ঘূৰি ফুৰিব লাগে।
কষ্টৰে ভৰা জীৱন
তেনে আত্মাই পিছৰ জন্মটো কষ্ট ভোগ কৰিব লাগে।
কষ্ট ভোগ
শাহু-শহুৰক অৱহেলা কৰিলে পিছৰ জন্মত আপুনিও অৱহেলাৰ পাত্ৰ হ'ব।
প্ৰেমানন্দ মহাৰাজৰ মত
চাবলৈ ক্লিক কৰক
মিছ ৱৰ্ল্ড ২০২৫ ৰ বিজয়ী ঘোষণা
Learn more