Guwahati flood: মহানগৰ নহয়, মহাসাগৰ সদৃশ পৰিবেশ! গুৱাহাটীত জলবন্দী জনতা
এজাক বৰষুণৰ পাছতেই গুৱাহাটী মহানগৰীত মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। সোমবাৰৰ দিনটোতো একেই অৱস্থা হোৱা পৰিলক্ষিত হয়। বৰষুণৰ পাছতেই জলবন্দী হৈ পৰে গুৱাহাটীৰ হাজাৰ হাজাৰ জনতা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5