শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীঘ্ৰেই হ’ব বিয়া! বিবাহ উপযোগী যুৱতীৰ বাবে বিশেষ মন্ত্ৰ, লাভ কৰিব মনে বিচৰা আপোনজন!

Mantra To Get Married Soon: জ্যোতিষীৰ মতে ৰাশিফলত বৃহস্পতি আৰু শুক্ৰৰ দুৰ্বলতাৰ বাবে বিবাহত বাধা আহি পৰে। যদি কোনো কাৰণত আপোনাৰ বিবাহত বাধা আহি আছে বা ঠিক হোৱাৰ পিছতো বিবাহ ভাঙি গৈছে, তেন্তে বৃহস্পতিবাৰৰ দিনটোত ৰীতি-নীতি অনুসৰি ভগৱান বিষ্ণুক পূজা কৰি এই বিশেষ মন্ত্ৰ জপ কৰিব।

শীঘ্ৰেই হ’ব বিয়া! বিবাহ উপযোগী যুৱতীৰ বাবে বিশেষ মন্ত্ৰ, লাভ কৰিব মনে বিচৰা আপোনজন!
Barasha Misra
Barasha Misra | Edited By: vimal | Updated On: 03 May 2024 11:46 AM

বিয়া পাতিবলৈ শক্তিশালী মন্ত্ৰঃ হিন্দু ধৰ্মত বৃহস্পতিবাৰ এটা অতি বিশেষ দিন কাৰণ এই দিনটোত জগতৰ সৃষ্টিকৰ্তা ভগৱান শ্ৰী বিষ্ণুক পূজা কৰা হয় আৰু বৃহস্পতিবাৰে আকাংক্ষিত জীৱন সংগী পাবলৈ উপবাসে থকা হয়। বিশ্বাস অনুসৰি উপবাসে থাকিলে বিবাহিত মহিলাই সুখ আৰু সৌভাগ্য লাভ কৰে আৰু অবিবাহিত ছোৱালীয়ে উপয়ুক্ত দৰা পোৱাৰ সম্ভাৱনা থাকে। জ্যোতিষীৰ মতে বৃহস্পতি আৰু শুক্ৰৰ তৰা ৰাশিফলত অস্ত যোৱা অৰ্থাৎ দুৰ্বল হোৱাৰ বাবে বিবাহত বাধাৰ সৃষ্টি হয়। ৰাশিফলত যদি দোষ আছে তেন্তে সেইবোৰ শুধৰোৱাটো প্ৰয়োজনীয়। যদি আপোনাৰ বিবাহ কোনো কাৰণত বাধাৰ সন্মুখীন হৈছে বা বিবাহ ঠিক হোৱাৰ পিছতো ভাঙি গৈছে তেন্তে বৃহস্পতিবাৰে ভগৱান বিষ্ণুক পূজা কৰক আৰু লগতে পূজাৰ সময়ত তলত উল্লেখ কৰা এই বিশেষ মন্ত্ৰবোৰো জপ কৰক। এই মন্ত্ৰ জপ কৰিলে আগতীয়াকৈ বিবাহৰ সম্ভাৱনা বৃদ্ধি পাব।

শীঘ্ৰে বিবাহ হোৱাৰ মন্ত্ৰ (Quick Marriage Mantra for Girl)

1. ॐ देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रिय भामिनि।

विवाहं भाग्यमारोग्यं शीघ्रलाभं च देहि मे ॥

2. ॐ शं शंकराय सकल जन्मार्जित पाप विध्वंस नाय पुरुषार्थ

चतुस्टय लाभाय च पतिं मे देहि कुरु-कुरु स्वाहा ।।

4. ॐ कात्यायनि महामाये महायोगिन्यधीस्वरि ।

नंदगोपसुतं देवि पतिं मे कुरु ते नमः ।।

5. मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः।

मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥

6. शांताकारम भुजङ्गशयनम पद्मनाभं सुरेशम।

विश्वाधारं गगनसद्र्श्यं मेघवर्णम शुभांगम।

लक्ष्मी कान्तं कमल नयनम योगिभिर्ध्यान नग्म्य्म।

वन्दे विष्णुम भवभयहरं सर्व लोकेकनाथम।

7. ॐ सृष्टिकर्ता मम विवाह कुरु कुरु स्वाहा

8. क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा

9. ॐ श्रीं वर प्रदाय श्री नमः

10. ॐ बृं बृहस्पतये नम:

ॐ क्लीं बृहस्पतये नम:

ॐ ग्रां ग्रीं ग्रौं स: गुरवे नम:

ॐ ऐं श्रीं बृहस्पतये नम: