শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাৰীৰ মনত কামনাৰভাৱ জাগ্ৰত কৰিব এই কেইবিধ খাদ্যই! জানি হ’ব আচৰিত

পুষ্টিবিদসকলৰ মতে আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা আৰু ক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে এটা আপেল খালে যৌন অক্ষমতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। তেনেকৈয়ে আপুনি আপোনাৰ সংগীক সুখী কৰিব পাৰে।

নাৰীৰ মনত কামনাৰভাৱ জাগ্ৰত কৰিব এই কেইবিধ খাদ্যই! জানি হ’ব আচৰিত
Barasha Misra
Barasha Misra | Updated On: 09 Oct 2025 18:21 PM

পুৰুষৰ কামনা বৃদ্ধিৰ বাবে নাৰীয়ে ইচ্ছা কৰিলে বহুতো কাম কৰিব পাৰে। আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ যিদৰে খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিব লাগে, ঠিক তেনেদৰে যৌন ইচ্ছা বৃদ্ধিৰ বাবেও খাদ্যৰ ওপৰতে গুৰুত্ব দিব লাগে। অন্যথা সুস্থ জীৱন যাপন কৰাটো কঠিন। এই খাদ্য খালেও বিভিন্ন যৌন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। আপোনাৰ যৌন শক্তি দুৰ্বল হ’লে বিবাহিত জীৱনত সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে যৌন শক্তি দুৰ্বলতাৰ পৰা কেনেকৈ মুক্তি পাব?

মহিলাৰ কামনা বৃদ্ধিত কেশৰ ফলপ্ৰসূ। ইয়াক গৰম পানীত ১৫ মিনিট তিয়াই তাৰ পিছত ভাতৰ লগত খাব। ইয়াৰোপৰি নহৰু উত্তম। নহৰুত এলিচিন নামৰ যৌগ থাকে, যাৰ ফলত শৰীৰত তেজৰ সোঁত বৃদ্ধি পায়। গতিকে যেতিয়া পৰ্যাপ্ত পৰিমাণৰ তেজ যৌন অংগত উপনীত হ’ব তেতিয়া কামনাও বাঢ়িব। কিন্তু মনত ৰাখিব নহৰু খোৱাৰ পিছত মুখখন ধুই ল’ব যাতে বেয়া গোন্ধৰ পৰা হাত সাৰিব পাৰিব।

ভাল আৰু পুষ্টিকৰ খাদ্য খাই বিভিন্ন যৌন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। গতিকে ভিটামিন, খনিজ পদাৰ্থ, এমিনো এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ ফলত যৌনতাৰ প্ৰতি ইচ্ছা বৃদ্ধি পাব পাৰে। ইয়াৰ লগতে আপোনাৰ শৰীৰটোও সুস্থ হৈ থাকিব।যেতিয়া আপোনাৰ শৰীৰ সকলো দিশতে সুস্থ হৈ থাকে তেতিয়াহে যৌনতাৰ ইচ্ছা বাঢ়িব। ইয়াৰ লগতে গোটেই দিনটো কাম কৰিবলৈ যথেষ্ট শক্তিও থাকিব। মাত্ৰ আপোনাৰ দৈনিক খাদ্যৰ তালিকাত এটা আপেল অন্তৰ্ভুক্ত কৰিব লাগিব।

পুষ্টিবিদসকলৰ মতে আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে। ইয়াৰ উপৰিও যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা আৰু ক্ষমতা বৃদ্ধি কৰে। প্ৰতিদিনে এটা আপেল খালে যৌন অক্ষমতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। তেনেকৈয়ে আপুনি আপোনাৰ সংগীক সুখী কৰিব পাৰে।
ডাৰ্ক চকলেটত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে আপোনাৰ প্ৰেম জীৱন বৃদ্ধি কৰে, যাৰ বাবে মহিলাসকলে ইয়াক বিশেষভাৱে যৌন সম্পৰ্কৰ সময়ত ইমান ভাল পায়। ইয়াৰোপৰি কণীত ভিটামিন বি থাকে, যিয়ে মানসিক চাপৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু হৰম’নৰ মাত্ৰা বজাই ৰাখে, যি দুয়োটা যৌন স্বাস্থ্য বজাই ৰখাৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও প্ৰজনন ক্ষমতাও বৃদ্ধি কৰে।

শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ডালিমৰ ৰসে মহিলাৰ যৌন ইচ্ছা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ডালিমৰ ৰসত এন্টিঅক্সিডেন্ট থাকে যিয়ে ফলপ্ৰসূভাৱে উত্তেজনা বৃদ্ধি কৰে। এই এন্টিঅক্সিডেন্টবোৰে যৌনাংগ আৰু সমগ্ৰ শৰীৰত তেজৰ সোঁত বৃদ্ধি কৰে। গতিকে যিসকল মহিলাই কম উত্তেজনা অনুভৱ কৰে বা যৌন ইচ্ছা কমি যায়, তেওঁলোকে দৈনিক সতেজ ডালিমৰ ৰস খাব পাৰে।

(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)