শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assamese Baby Names: আপোনাৰ নৱজাতকৰ বাবে আধুনিক নাম বিচাৰি আছে নেকি? এইকেইটা নামেৰে কৰিব পাৰে নামকৰণ…

Assamese Baby Names Born in June: শিশুৰ নামত নতুন নতুন ধাৰা দেখা গৈছে। যদি আপুনিও আপোনাৰ কণমানিটোৰ বাবে এটা সুন্দৰ আৰু ট্ৰেণ্ডি নাম বিচাৰিছে তেন্তে এই লেখাটো আপোনাৰ বাবে।

Assamese Baby Names: আপোনাৰ নৱজাতকৰ বাবে আধুনিক নাম বিচাৰি আছে নেকি? এইকেইটা নামেৰে কৰিব পাৰে নামকৰণ…
নৱজাতকৰ এইকেইটা নামেৰে কৰিব পাৰে নামকৰণ...
barasha-misra
Barasha Misra | Published: 01 Jun 2025 20:02 PM

Modern Assamese name Boy and Girl: নৱজাতকৰ আগমণৰ লগে লগে পিতৃ-মাতৃৰ চিন্তা সন্তানৰ নাম কি ৰাখিব। নাম কেৱল এটা পৰিচয় নহয়, ই শিশুৰ ভৱিষ্যত আৰু ব্যক্তিত্বতো প্ৰভাৱ পেলায়। কিছুমান নাম পুৰণি আৰু পৰম্পৰাগত, আনহাতে কিছুমান নতুন আৰু আধুনিক। সন্তানৰ নাম থওঁতে পিতৃ-মাতৃ বা পৰিয়ালৰ লোকে বহু কথা মনত ৰাখে। আজিৰ প্ৰজন্মৰ অভিভাৱকসকলে অৰ্থপূৰ্ণ আৰু সহজ নাম পছন্দ কৰে। গতিকে ভাৰতীয় মহাকাব্যত উল্লেখ থকা নামবোৰো তেওঁলোকে মনত ৰখা উচিত।

আজি জুন মাহত জন্ম হোৱা নৱজাতকৰ কিছু নাম আৰু তাৰ অৰ্থৰ বিষয়ে জানো আহক-

  1. অঙ্কিত (Ankit) – চিহ্নিত
  2. অংকুৰ( Ankur)- গজলি ওলোৱা
  3. অজয় (Ajay) – যাক জিকিব নোৱাৰি
  4. অঞ্জু (Anju) – সৌন্দৰ্য
  5. অভিৰথ (Abhirath) – শোভাযুক্ত
  6. অভীৰ (Abhir) – গৰখীয়া
  7. অৰিজিৎ (Abhijit) – শত্ৰুক যি দমন কৰা
  8. আকাশ (Akash) – গগন
  9. আদিত্য (Aditya) – সূৰ্য
  10. আদি (Adi) – প্ৰথম
  11. আৰ্চী (Arci) – দাপোণ
  12. ইভন (Ivon) – গণেশৰ আন এটা নাম
  13. ঈশান্ (Ishan) – মহাদেৱ
  14. উমা (Uma) – দুৰ্গা
  15. ঋতু (Ritu) – গুণ অনুসৰি কৰা কালৰ ভাগ
  16. ঋষি (Risi) – মুনি
  17. একলব্য় (Eklavya) – নিষাদৰাজ হিৰণ্য়ধনুৰ পুত্ৰ
  18. এণী (Eni) – হৰিণা পহু
  19. ঐষৰ্য (Aishwarya)- ইশ্বৰৰ গুণ
  20. কবিকংকন (Kabi kankan) – কবি – পাণ্ডিত্যৰ উপাধি বিশেষ
  21. উপাসনা-পূজা
  22. কবীন্দ্ৰ (Kabindra) – কবিশ্ৰেষ্ঠ
  23. কমল (Kamal) – পদ্ম
  24. কল্যাণ (Kalyan) – কুশল
  25. কৌটিল্য (Kautilya) – সম্ৰাট চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী , চণক্য বা বিষ্ণুগুপ্ত বুলিও খ্যাত
  26. নয়ন (Nayan) -চকু
  27. গৌৰৱ (Gaurab) – সন্মান
  28. জগদ্দীপ (Jagaddeep) – পৰমেশ্বৰ
  29. জিকি (Jiki) – চিক্-মিক্
  30. জ্ঞান (Gyan) – বিদ্যা