এখন মুছলিম প্ৰধান দেশ, য’ত হিজাবৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা!
হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব, নকাবৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বহু সময়ত ইয়াক লৈ প্ৰতিবাদ হোৱাও দেখা যায়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5