সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি MyNews NE-ৰ জৰিয়তে সংবাদক্ষেত্ৰত কাম কৰাৰ সুবিধা পাইছোঁ। ইয়াৰ পাছত, Ishan News আৰু News18 AssamNE ৰ জৰিয়তে এগৰাকী সংবাদকৰ্মী হিচাপে সেৱা আগবঢ়াইছোঁ। বৰ্তমান মই TV9 Assamত কৰ্মৰত। সংবাদজগতত, বিশেষকৈ স্থানীয় খবৰ, মনোৰঞ্জনধৰ্মী, ব্যৱসায়িক তথা বৈশ্বিক খবৰৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত।
মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান অসম বিশ্ববিদ্যালয়ৰ
মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান। ডি. লিট সন্মান লাভ কৰা অসমৰ প্ৰথম আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত।
- Digjyoti Lahkar
- Updated on: Jan 19, 2026
- 4:20 pm
দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল জুবিন গাৰ্গ ফেন ক্লাৱৰ
এই সন্দৰ্ভত ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁয়ে কয়, "শিখা শৰ্মাই জুবিন গাৰ্গ আৰু তেওঁ পৰিয়ালক লৈ কতু মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। যিটো সময়ত জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনায় আহিছে সেই সময়ত শিখা শৰ্মাই গোটেই ইচ্ছুটো বিপথে পৰিচালিত কৰিব চেষ্টা কৰি আহিছে।"
- Digjyoti Lahkar
- Updated on: Jan 19, 2026
- 2:17 pm
‘অভিযুক্তৰ মুখত কোনো অনুসূচনা নাই’ – গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, "এইবাৰ ৫ জনে জামিন আবেদন দাখিল কৰিছে। পূৰ্বে ৩ জন আছিল। আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই।"
- Digjyoti Lahkar
- Updated on: Jan 17, 2026
- 6:58 pm
‘আমি সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ গতিকে ন্যায় আমি পাম’ – পামী বৰঠাকুৰ
শুনানি সন্দৰ্ভত জুবিন গাৰ্গ ভগ্নী পামী বৰঠাকুৰে কয়, ' চৰকাৰে নতুনকৈ নিয়োগ কৰা অধিবক্তাৰ দলটোক লৈ আশাবাদী। আমাৰ আত্মবিশ্বাস বাঢ়িছে। আমি ভালকৈ যুঁজিব পাৰিম। আমি সত্যত আছোঁ, সঁচা যুক্তিত আছোঁ গতিকে ন্যায় আমি পাম।'
- Digjyoti Lahkar
- Updated on: Jan 17, 2026
- 6:26 pm
আমাৰ আত্মবিশ্বাস বাঢ়িছে, অসুৰ বধ হ’বই লাগিব: গৰিমা গাৰ্গ
গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে ,আজি ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱা ৭ জন অভিযুক্তৰ মুখত কোনো কোনো অনুসূচনা নাই। এই কাৰ্যক অমানৱীয় আৰু অগ্ৰাহ্য বুলি অভিহিত কৰি অভিযুক্তই কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি পুনৰ এবাৰ উল্লেখ কৰে গৰিমা গাৰ্গে ।
- Digjyoti Lahkar
- Updated on: Jan 17, 2026
- 6:20 pm
১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে সৰুসজাইত একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য
বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব।
- Digjyoti Lahkar
- Updated on: Jan 16, 2026
- 5:22 pm
জগতসভালৈ যাব বাগুৰুম্বা! ১৭ জানুৱাৰীত ১০ হাজাৰ শিল্পীয়ে সৰুসজাইত একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য
বড়ো জনগোষ্ঠীৰ সমৃদ্ধ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ‘বাগুৰুম্বা দৗহৌ’ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত সৰুসজাইত উপস্থিত থাকিব।
- Digjyoti Lahkar
- Updated on: Jan 16, 2026
- 5:20 pm
উৰুকাৰ নিশাই গৃহস্থ নথকা সুযোগত নাজিৰাত চোৰৰ চাফাই অভিযান…
Nazira: সমগ্ৰ অসমে পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা সকলোৰে প্ৰীতি ভোজ খোৱাৰ পাছত আজি মেজিত অগ্নিসংযোগ কৰে। পিছে ইয়াৰ মাজতে নাজিৰাত চলে চোৰৰ চাফাই অভিযান।
- Digjyoti Lahkar
- Updated on: Jan 16, 2026
- 5:23 pm
সোণাপুৰৰ মে’ফেয়াৰ ৰিজ’ৰ্টত বস্ত্ৰৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, অনাগত দিনত এই সন্মিলনে যোগেৰে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব।
- Digjyoti Lahkar
- Updated on: Jan 8, 2026
- 6:08 pm
একেবাৰে ওচৰৰ পৰা বিনামূলীয়াকৈ চাব পাৰিব ফিফা বিশ্বকাপৰ ট্ৰফী, ক’ত কেতিয়া প্ৰদৰ্শন কৰা হ’ব জানি লওক
ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই মঙলবাৰে দিছপুৰৰ ভোগেশ্বৰী ফুকাননী ইনড’ৰ ষ্টেডিয়ামৰ কনফাৰেন্স হলত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ফিফা বিশ্বকাপ ট্ৰফী ১৩ জানুৱাৰীত অসমলৈ অনা হ'ব, গুৱাহাটীত এই সন্মানীয় গ্ল’বেল আইকনটিক আতিথ্য প্ৰদান কৰা হ’ব।
- Digjyoti Lahkar
- Updated on: Jan 7, 2026
- 5:20 pm
Zubeen Garg death case: জুবিন গাৰ্গ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা
জুবিন গাৰ্গ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা। অতিৰিক্ত ভাৱে গোচৰটোত ৫ জন অভিজ্ঞ আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব চৰকাৰে।
- Digjyoti Lahkar
- Updated on: Jan 7, 2026
- 3:50 pm
Assam Congress: ৰিস্ক ল’ব খোজা নাই প্ৰদেশ কংগ্ৰেছে! দলীয় অনুশাসন ভংগৰ অভিযোগত যুটীয়া সচিব শ্বাহনাৱাজ আহমেদক নিলম্বন
নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে আহমেদক “দলীয় অনুশাসনহীনতা”ৰ বাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে নিলম্বন কৰা হৈছে। যি কংগ্ৰেছৰ ভাবমূৰ্তি নষ্ট কৰিছিল আৰু দলীয় কৰ্মীসকলৰ মাজত ইচ্ছাকৃতভাৱে ৰাজনৈতিক ঘৃণাৰ সৃষ্টি কৰিছিল।
- Digjyoti Lahkar
- Updated on: Jan 7, 2026
- 3:19 pm