শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৬ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 26 Aug 2025 10:03 AM

আজি ২৬ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৬ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. আলাউদ্দিন খিলজীয়ে ১৩০৩ চনত চিত্তৰগড় দখল কৰে।
  2. ১৯২০ চনত আমেৰিকাৰ মহিলাসকলে ভোটাধিকাৰ লাভ কৰে।
  3. ১৯৭৭ চনত জাৰ্মানীৰ মিউনিখত আৰম্ভ হৈছিল ২০ সংখ্যক অলিম্পিক গেমছ।
  4. ১৯৭৮ চনত জন পল ৰোমান কেথলিক গীৰ্জাৰ পোপ হয়।
  5. ১৯৮২ চনত নাছাই টেলিছেট-এফ মুকলি কৰে।
  6. মাইকেল জনছনে ১৯৯৯ চনত ৪০০ মিটাৰ দৌৰত বিশ্ব অভিলেখ গঢ়িছিল।
  7. ২০১৫ চনত আমেৰিকাৰ ভাৰ্জিনিয়াত দুজন সাংবাদিকক গুলীয়াই হত্যা কৰা হৈছিল।
  8. ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰবাৰ্ট ৱালপলৰ জন্ম হৈছিল ১৬৭৬ চনৰ ২৬ আগষ্টত।
  9. ভাৰতৰত্ন বঁটা, শান্তিৰ নোবেল বঁটা বিজয়ী মাদাৰ টেৰেছাৰ জন্ম হৈছিল ১৯১০ চনৰ ২৬ আগষ্টত।
  10. বিখ্যাত ৰাজনীতিবিদ, সঞ্জয় গান্ধীৰ পত্নী মনেকা গান্ধীৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২৬ আগষ্টত।
  11. বিখ্যাত আমেৰিকান দাৰ্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমছৰ মৃত্যু হয় ১৯১০ চনৰ ২৬ আগষ্টত।
  12. বিখ্যাত আইনবিদ, শিক্ষাপ্ৰেমী, লেখক তথা বাংলা ভাষাৰ বিখ্যাত কবি আৰু সংগীতজ্ঞ অতুল প্ৰসাদ সেনৰ মৃত্যু হয় ১৯৩৪ চনত।