শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজপথত গুমগুমণি তুলিবলৈ আহি আছে হিমালয়ান ৭৫০, থাকিব এনে সুবিধা

ৰাজপথত গুমগুমণি তুলিবলৈ আহি আছে হিমালয়ান ৭৫০, থাকিব এনে সুবিধা

monjit-dutta
Monjit Dutta | Published: 25 Aug 2025 21:20 PM

কোম্পানীটোৱে শীঘ্ৰেই হিমালয়ানৰ নতুন ভাৰ্চন ‘হিমালয়ান ৭৫০’  বজাৰত মুকলি কৰিব। ইতিমধ্যেই বাইকখন পৰীক্ষামূলকভাৱে দেশৰ ৰাজপথত নমোৱা দেখা গৈছে বুলি তথ্যত প্ৰকাশ।

ৰয়েল এনফিল্ড বুলিলেই বাইকপ্ৰেমীসকলৰ মনত এক বিশেষ উৎসাহ। কোম্পানীটোৰ বাইকসমূহৰ প্ৰতি গ্ৰাহকে দেখুওৱা আগ্ৰহেই এয়া প্ৰমাণ কৰি আহিছে। কেৱল ভাৰতীয় বজাৰতে নহয়,  বিশ্বৰ আন দেশৰ বজাৰতো ৰয়েল এনফিল্ডে মন জয় কৰিছে গ্ৰাহকৰ।  যথেষ্ট সুনাম আছে ৰয়েল এনফিল্ডৰ কোম্পানীটোৰ বাইকসমূহৰ প্ৰতি গ্ৰাহকে দেখুৱাই আহিছে অত্যন্ত আগ্ৰহ বিশেষকৈ কোম্পানীটোৰ বাইকসমূহে যুৱকযুৱতীসকলক অধিক আকৰ্ষিত কৰি আহিছে।

যুৱকযুৱতীসকলৰ মাজত কোম্পানীটোৰ অধিক জনপ্ৰিয় এখন বাইক হৈছে হিমালয়ান। এতিয়া এই বাইকখন অধিক আকৰ্ষণীয় ৰূপত আগবঢ়াবলৈ সাজু হৈছে ৰয়েল এনফিল্ড। কোম্পানীটোৱে শীঘ্ৰেই হিমালয়ানৰ নতুন ভাৰ্চন ‘হিমালয়ান ৭৫০’  বজাৰত মুকলি কৰিব। ইতিমধ্যেই বাইকখন পৰীক্ষামূলকভাৱে দেশৰ ৰাজপথত নমোৱা দেখা গৈছে বুলি তথ্যত প্ৰকাশ।