৪ ৰাশিৰ বাবে শুভ বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ

25  AUG 2025

TV9 ASSAM

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। ২০২৫ চনৰ দ্বিতীয়টো তথা শেষৰটো চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰত হ'ব।

চন্দ্ৰগ্ৰহণ

জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰ চন্দ্ৰগ্ৰহণ অতি বিশেষ। এই চন্দ্ৰগ্ৰহণ কুম্ভ ৰাশিত পূৰ্বভাদ্ৰপদ নক্ষত্ৰত হ'ব। যত চন্দ্ৰমা আৰু ৰাহুল সংযোগ হ'ব। ইয়ে বহু ৰাশিৰ জীৱনত পৰিবৰ্তন আনিব।

ভাল

জ্যোতিষ শাস্ত্ৰ মতে, এই সময়চোৱা বিশেষকৈ ৪ টা ৰাশিৰ বাবে ভাল হ'ব। হঠাতে ধন লাভ কৰিব। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। ইয়াৰোপৰি পৰিয়ালত সুখ-শান্তি বাঢ়িব পাৰে।

ৰাশি

এই ৰাশিৰ বাবে এইবাৰ চন্দ্ৰগ্ৰহণ শুভ হ'ব। আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল হ'ব। পৰিয়ালত শান্তি থাকিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব।

মেঘ ৰাশি

ভাগ্যই লগ দিব। পাবলগীয়া ধন ঘূৰাই পাব। বিনিয়োগৰ পৰা লাভ হ'ব পাৰে। দাম্পত্য জীৱন সুখৰ হব। আৰ্থিক দিশত উন্নতি হ'ব পাৰে।

মিথুন ৰাশি

আপোনাৰ বাবে এই গ্ৰহণ লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফলত সফলতা লাভ কৰিব। চাকৰিত পদোন্নতি হ'ব পাৰে। জীৱনলৈ সুখ আহিব।

কন্যা ৰাশি

Dএই ৰাশিৰ বাবে এইবাৰ চন্দ্ৰগ্ৰহণ বহুত শুভ হ'ব। আত্মবিশ্বাস বাঢ়িব। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি পাব। কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল।

ধনু ৰাশি

পঢ়িবলৈ ক্লিক কৰক 

ছেপ্টেম্বৰ মাহ ভাল এই ৰাশিৰ বাবে