26 AUG 2025
TV9 ASSAM
২৭ আগষ্টত গণেশ চতুৰ্থী। ভাদ মাহৰ শুল্ক পক্ষৰ চতুৰ্থী তিথিত গণেশ চতুৰ্থী পালন কৰা হয়। মান্যতা অনুসৰি এই দিনটোক গণেশৰ জন্ম হৈছিল।
জ্যোতিষ শাস্ত্ৰৰ মতে, এইবাৰ গণেশ চতুৰ্থীক দুৰ্লভ সংযোগ হ'ব। এই দিনটোত শুক্ৰ কৰ্কট ৰাশিত থাকি বৰুণ গ্ৰহৰ লগত লগ লৈ ১২০ ডিগ্ৰীত নৱপঞ্চম যোগ নিৰ্মাণ কৰিব।
ইয়াৰোপৰি ৰবি যোগ, ধন যোগ, লক্ষ্মী যোগ, নাৰায়ণ যোগ, গজকেশৰী যোগ, শুভ যোগ, আদিত্য যোগ আদি গঠন হ'ব। যি কেইটামান ৰাশিৰ বাবে অতি ভাল। এই ৰাশিৰ ধন, সুখ-সমৃদ্ধিৰ যোগ আছে।
এই ৰাশিৰ লোকৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব। ভাগ্য়ই লগ দিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। ব্যৱসায়ত নতুন বাট মুকলি হ'ব। হাতলৈ ধন আহিব পাৰে।
এই ৰাশিৰ লোকৰ বাবে এই দিনটো শুভ। জীৱনত সফলতা লাভ কৰিব। সুখ-সমৃদ্ধি বৃদ্ধি পাব। ইয়াৰোপৰি ভগৱান গণেশৰ কৃপাৰ ফলত লাস বিলাসীতা পাব।
পাৰিবাৰিক সমস্যা শেষ হ'ব। চাকৰি আৰু কেৰিয়াৰত ভাল খবৰ লাভ কৰিব। সম্পৰ্ক শক্তিশালী হব। হাতলৈ ধন আহিব পাৰে। জীৱনত সুখ আহিব।
পাৰিবাৰিক সমস্যা শেষ হ'ব। নতুন চাকৰি লাভ কৰিব পাৰে। কেৰিয়াৰত উন্নতি হব পাৰে। সম্পৰ্ক ভাল হ'ব। আৰ্থিক দিশটো উন্নতি হ'ব। সুখ আহিব।
পঢ়িবলৈ ক্লিক কৰক