ডায়েবেটিছৰ প্ৰধান লক্ষণসমূহ কি কি?

30Jan 2026

TV9 ASSAM

আজিকালি বিভিন্নজনৰ ডায়েবেটিছ হোৱা দেখা যায়। জীৱনশৈলী, খাদ্য আদিৰ বাবে যুৱক-যুৱতীসকলৰ মাজত টাইপ২ ডায়েবেটিছৰ ৰোগী বৃদ্ধি হোৱা দেখা গৈছে।

ডায়েবেটিছ

ডায়েবেটিছ হ'লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ এইমছৰ এণ্ডক্ৰাইন’লজী আৰু মেটাবলিজম বিভাগৰ এইচ অ’ ডিৰ ড০ নিখিল টণ্ডনে।

লক্ষণ

শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰিলে খাদ্যক গ্লুক’জলৈ পৰিবৰ্তন কৰাত সমস্যা আহে। ইয়াৰ ফলত শক্তিহীন হ'ব পাৰে, লগতে প্ৰয়োজনতকৈ অধিক ভোক লাগিব পাৰে।

বেছি ভোক লগা

সাধাৰণতে ২৪ ঘন্টাত ৬-৭ বাৰ প্ৰস্ৰাৱ অহা সাধাৰণ কথা। বাৰে বাৰে প্ৰস্ৰাৱ অহা ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। বৃক্কই ভালদৰে ফিল্টাৰৰ কাম কৰিব নোৱাৰিলে এনে হয়।

বাৰে বাৰে প্ৰস্ৰাৱ

শৰীৰে প্ৰস্ৰাৱ তৈয়াৰ কৰিবলৈ তৰল পদাৰ্থ ব্যৱহাৰ কৰে, যাৰ বাবে শৰীৰৰ আৰ্দ্ৰতা কম হয়। এনে অৱস্থাত বাৰে বাৰে মুখ শুকাই যাব পাৰে।

মুখ শুকোৱা

ডায়েবেটিছ হ'লে ছালত কাৰণ অবিহনে খজুৱতি হ'ব পাৰে। ইয়াৰোপৰি ছাল ৰঙা পৰিব পাৰে।

খজুৱতি

ডায়েবেটিছ হ'লে চকুতো প্ৰভাৱ পৰে। চকুৰ পতাবোৰ ফুলিব পাৰে, এনে অৱস্থাত আকৃতি সলনি হ’ব পাৰে আৰু মনোযোগত সমস্যা আহিব পাৰে।

চকু

পঢ়্বলৈ ক্লিক কৰক 

মুখৰ ঘাঁৰ কাৰণ