মুখৰ ঘাঁ হৈ থকাৰ কাৰণ কি কি?

30Jan 2026

TV9 ASSAM

প্ৰায়ভাগ মানুহে বিভিন্ন সময়ত মুখৰ ঘাঁ হোৱাৰ সমস্যাত ভোগা দেখা যায়। এনে অৱস্থাত খাদ্য খোৱাত অসুবিধা, কথা কোৱাত আদি হোৱা দেখা যায়।

মুখৰ ঘাঁ

 মুখৰ ঘাঁ হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে ডাঃ সুভাষ গিৰীয়ে। দীৰ্ঘদিন মুখৰ ঘাঁ হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

কাৰণ

শৰীৰত আইৰণ,ভিটামিন বি১২ বা ফলিক এচিড আদিৰ অভাৱ হোৱাৰ ফলত ছাল বহুত সংবেদনশীল হৈ পৰে। এনে অৱস্থাত মুখত ঘাঁ হোৱা দেখা যায়।

আইৰন

পেটৰ লগত জড়িত সমস্যা হ'লেও মুখৰ ঘাঁ হয়। পেটত এচিডৰ ভাৰসাম্য় বিঘ্নিত হয় তেতিয়া মুখত গৰম বৃদ্ধি পায়। এনে অৱস্থাত মুখত ঘাঁ হয়।

পেটৰ সমস্যা

ডায়েবেটিছ ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল। এনে অৱস্থাত বাৰে বাৰে মুখত ঘাঁ হয়। ডায়েবেটিছ ৰোগীসকলে স্বাস্থ্যৰ বিশেষ যত্ন লোৱা দৰকাৰ।

ডায়েবেটিছ

ই অটোইম্যুন ৰোগ। যাৰ ফলত ইমিউন চিষ্টেমে শৰীৰৰ সুস্থ পেশীবোৰক আক্ৰমণ কৰে। ইয়াৰ ফলত মুখত ঘাঁ হোৱাৰ লগতে ছালত গুটি, দাঁতৰ সমস্যা আদি হ'ব পাৰে।

চিষ্টেমিক ল্যুপছ এৰিথেমেটোৰছ

ইয়াৰ ফলতো মুখত ঘাঁ হ'ব পাৰে। ই পাচনৰ লগত জড়িত সমস্যা। ইয়াৰ প্ৰভাৱ ডাইজেষ্টিভ ট্ৰেক্টত পৰে। যাৰ বাবে মুখত ঘাঁ হ'ব পাৰে। ইয়াৰ অন্য কাৰণো থাকিব পাৰে।

ক্ৰোহন

পঢ়িবলৈ ক্লিক কৰক 

ইলাচিৰ উপকাৰ