Weather: আগন্তুক ৩ দিন ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ Yellow Alert জাৰি!
ৰাজ্যত পুনৰ হ'ব পাৰে ধাৰাসাৰ বৰষুণ। ইতিমধ্যে এই ক্ষেত্ৰত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটীতো হ'ব পাৰে ধাৰাসাৰ বৰষুণ। আজিৰ পৰা ৭ ছেপ্টেম্বৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5