ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন সেৱাৰ বাবে ১১৫ কোটি টকা আবণ্টন…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক কেবিনেটে । কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5