Guwahati Flood: মঙলবাৰে গুৱাহাটী মহানগৰীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ
মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা বানৰ বাবে ৬ আগষ্ট ২০২৪ মঙগলবাৰে গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান-মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে।

1 / 6

2 / 6

3 / 6

4 / 6

5 / 6

6 / 6