উৎকট গৰমে দহিছে ৰাজ্যঃ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সাল-সলনি
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলেও যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ওপৰত লক্ষ্য ৰাখিয়েই কেইবাখনো জিলাৰ প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5