
স্বাগতম ২০২৫
দিন যায় ৰাতি আহে, মাহ বাগৰি বছৰ আহে। বছৰেও মেলানি মাগে, আহে নতুন বছৰ। এয়া চিৰাচৰিত কথা। কিন্তু তাৰ মাজতে আমি নতুন বছৰত নতুন উদ্যম পাওঁ, নৱ-প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ। এয়া মানুহৰ সহজাত চৰিত্ৰ। পুৰণি বছৰ বিদায় দি নতুন বছৰ আদৰি লওঁ। আমি আদৰিবলৈ সাজু ২০২৫ক। ২০২৪ত কি পালোঁ কি হেৰুৱালোঁ সেই কথা একাকাষৰীয়া কৰি থৈ সকলো নতুনক আদৰো আহক। এতিয়া সকলৱে আয়োজন কৰোঁ নতুনক আদৰাৰ। গীত-মাত-ফটকা-ভোজ ভাতৰ মাজেৰে আমি আদৰণি জনাও ২০২৫ক।
New Year Wishes Reply Quotes : এতিয়ালৈ যদি আপোনজনক শুভেচ্ছাৰ বাবে ধন্যবাদ দিয়া নাই, তেন্তে ইয়াৰ পৰা লওক আইডিয়া
যদি আপুনি নৱবৰ্ষৰ পাৰ্টিত বা আন কোনো ঠাইত ব্যস্ত থকাৰ বাবে আপোনজনক নৱবৰ্ষৰ শুভেচ্ছাৰ উত্তৰ দিব পৰা নাই, তেন্তে এই উত্তৰেৰে তেওঁৰ মন জয় কৰিব পাৰিব।
- Barasha Misra
- Updated on: Jan 1, 2025
- 23:09 pm
বছৰৰ প্ৰথম দিনটোত পঢ়ক এই উক্তি! জীৱনলৈ আহিব সাহস, নতুন প্ৰেৰণা…
New year 2025: আজি ২০২৫ চনৰ ১ জানুৱাৰী। এই সময় নতুনক আদৰাৰ। কাৰো জীৱন সহজ নহয়। জীৱনত ঘাট- প্ৰতিঘাট থাকিবই। কেতিয়াবা হয়তো ভাগৰি পৰাও যায়। কিন্তু আমি সদায় আগবাঢ়িবই লাগিব।
- Barasha Sarma
- Updated on: Jan 1, 2025
- 10:01 am
শুভ নৱবৰ্ষঃ আপুনিও এনেদৰে আপোনজনক জনাওক শুভেচ্ছা…
আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। আজি ২০২৫ চনৰ ১ জানুৱাৰী। নতুন বছৰ বুলি এই বিশেষ দিনটোত আপুনিও আপোনজনক জনাওক শুভেচ্ছা।
- Barasha Sarma
- Updated on: Jan 1, 2025
- 09:15 am
New Year 2025: যদি নৱবৰ্ষৰ প্ৰথম দিনটোত এই বস্তুসমূহ দেখে, তেন্তে উজলি উঠিব আপোনাৰ ভাগ্য!
নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বস্তু দেখিলেই মানুহৰ ভাগ্য উজ্জ্বল হ’ব পাৰে। বছৰৰ প্ৰথম দিনটোত কোনবোৰ বস্তু দেখা পোৱাটো শুভ হয় জানো আহক।
- Barasha Misra
- Updated on: Dec 31, 2024
- 19:43 pm
New Year 2025: সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা, এই শ্ৰেষ্ঠ উক্তিৰে ২০২৫ বৰ্ষৰ প্ৰথম দিনটোত আপোনজনক উৎসাহিত কৰক…
আনন্দ-উল্লাসৰ মাজেৰে আজি ২০২৪ বৰ্ষক বিদায় দিব বিশ্ববাসীয়ে । এই দিনটোত প্ৰতিজন লোকে নিজৰ আপোনজনৰ সৈতে উক্তি শ্বেয়াৰ কৰি ২০২৫ চনৰ নৱবৰ্ষৰ লক্ষ্যত উপনীত হ’বলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰে।
- Manas Borah
- Updated on: Jan 1, 2025
- 08:17 am
Best wishes for Happy New Year 2025: নৱবৰ্ষলৈ কিছু ক্ষণ বাকী! নতুন বছৰটোত এনকৈ শুভকামনা জনাব আপোনজনক
Happy New Year 2025 wish ideas: বিদায় বেলাত ২০২৪ বৰ্ষ, কিছু ক্ষণ পিছত আৰম্ভ হ’ব এটা নতুন বছৰ। নৱবৰ্ষ উপলক্ষে সকলোৱে ইজনে সিজনক শুভেচ্ছা জনায়। কোনোৱে সামাজিক মাধ্যমত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে আৰু কোনোৱে শুভেচ্ছা কাৰ্ড দিয়ে।
- Barasha Misra
- Updated on: Dec 31, 2024
- 13:31 pm
বছৰৰ শেষ দিন! আশা, সম্ভাৱনা আৰু জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে নতুন বছৰ ২০২৫
New year 2025: মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। দুৱাৰদলিত ৰৈ আছে ইংৰাজী নতুন বছৰ ২০২৫। আজি শেষ দিন ২০২৪ৰ। কিন্তু শেষ বুলিবলৈ জানো কিবা আছে? শেষ মানেই যেন আৰম্ভণি, শেষ মানে নতুন আশাৰ ৰেঙণি।
- Barasha Sarma
- Updated on: Dec 31, 2024
- 09:26 am
ইছলামত নৱবৰ্ষ উদযাপন কৰাত নিষেধাজ্ঞা আছে নেকি? জানক সবিশেষ
New Year in Islam: নৱবৰ্ষৰ পূৰ্বে এটা ফতৱা জাৰি কৰিছে য’ত উদযাপনত বাধা দিয়া হৈছে। ইয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে যে ইছলামত নৱবৰ্ষ উদযাপন কৰাটো হাৰাম নেকি? এই বিষয়ে জানো আহক।
- Barasha Misra
- Updated on: Dec 30, 2024
- 16:42 pm
New year 2025: নতুন বছৰত হ’ব খোজে নেকি সুখী আৰু স্বাস্থ্যৱান? তেন্তে এই টিপচ্ আপোনাৰ বাবে…
Happy New year 2025 resolutions :নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়খিনিত বহুতে নতুনক আদৰাৰ প্ৰস্তুতি কৰে। ইয়াৰোপৰি বহুতে নতুন বছৰক লৈ বিভিন্ন সংকল্প গ্ৰহণ কৰে।
- Barasha Sarma
- Updated on: Dec 29, 2024
- 21:43 pm
Happy new year 2025: আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক নৱবৰ্ষ ২০২৫ ৰ শুভকামনা…
Happy new year 2025: এই সময় পুৰণিক বিদায় দি নতুনক আদৰাৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ পাছতেই আহিব নতুন বছৰ ২০২৫। ইয়াকে লৈ বিভিন্নজনে আৰম্ভ কৰিছে প্ৰস্তুতি।
- Barasha Sarma
- Updated on: Dec 29, 2024
- 22:10 pm
Greeting card: পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড! মনত পৰেনে গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তে আপোনজনক দিয়া নৱবৰ্ষৰ শুভেচ্ছাৰ কথা?
স্মৃতিৰ মণিকোঠাত এতিয়াও সজীৱ হৈ আছে নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ইজনে আনজনক দিয়া গ্ৰীটিংছ কাৰ্ডৰ কথা। এটা প্ৰজন্মৰ যেন আৱেগৰ নাম আছিল এই গ্ৰীটিংছ কাৰ্ড। মনত সাঁচি থোৱা সকলো কথা লিখি শুভেচ্ছা দিয়া হৈছিল এই কাৰ্ডৰ জৰিয়তে। আজিও মনত পৰেনে আপোনজনক গ্ৰীটিংছ কাৰ্ড দিয়া?
- Barasha Misra
- Updated on: Dec 25, 2024
- 23:41 pm
New Year 2025 Wishes: নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ সৰ্বোত্তম এই 10 quotes , আপোনজনক এইদৰে দিয়ক শুভকামনা
নৱবৰ্ষ উপলক্ষে সকলোৱে ইজনে সিজনক অভিনন্দন জনায়। যাতে তেওঁলোকৰ নতুন বছৰটো সুখেৰে ভৰি পৰে। এনে এক অনুষ্ঠানত আপুনি আপোনাৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীক কাৰ্ড বা শুভেচ্ছা বাৰ্তাৰ জৰিয়তে কিছুমান উত্তম উক্তি পঠিয়াব পাৰে।
- Barasha Misra
- Updated on: Dec 30, 2024
- 23:16 pm
Happy New Year 2025 Wishes: পদুলিমুখত হেঁপাহৰ নৱবৰ্ষ! এই নৱবৰ্ষত আপোনজনক দিয়ক শুভেচ্ছা বাৰ্তা
২০২৪চনক বিদায় দিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চৌদিশে এতিয়া পুৰণি বর্ষক বিদায় দি নতুন এটা বর্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি । বিদায়ী ২০২৪ বৰ্ষটোৰ পৰা আমি বহুখিনি পাইছোঁ আৰু বহুখিনি হেৰুৱাইছোঁ। নতুন বৰ্ষটো ভালদৰে যাবলৈ আমি আপোনজনক এইদৰে দিব পাৰোঁ শুভেচ্ছা...
- Barasha Misra
- Updated on: Dec 30, 2024
- 23:15 pm