শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰমতে ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ বাবে দিনটো ভাল। ইফালে কিছুমানে খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। ৰাশিফল অনুসৰি আপোনাৰ দিনটো কেনে যাব জানক।

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 19 Sep 2025 06:00 AM

আজি ১৯ ছেপ্টেম্বৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে অৱসাদপূৰ্ণ হ’ব। সন্তানৰ পক্ষৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। নতুন কামৰ আৰম্ভণিৰ বাবে পৰিকল্পনা কৰিব পাৰে। অনাৱশ্যক কামৰ পৰা আঁতৰি থাকক। ধনৰ বাবে ৰৈ থকা কোনো কাম সম্পূৰ্ণ হ’ব। প্ৰেমত ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজি আপুনি কোনো বাহন ক্ৰয় কৰিব পাৰে। ব্যৱসায়ৰ পৰা ভাল ফল লাভ কৰিব। পৰিয়ালৰ দীৰ্ঘদিনীয়া সমস্যা কমিব। সন্তানক কৰা কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। পৈত্ৰিক সম্পত্তি লাভৰ সম্ভাৱনা। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। প্ৰেমত ভাল। স্বাস্থ্য ভালে যাব। শিক্ষাৰ্থীসকলে অধ্য়য়নত গুৰুত্ব দিয়া প্ৰয়োজন।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিয়ালৰ কোনো সদস্যই সহায় বিচাৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। চিন্তা বাঢ়িব। ঘৰুৱা কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে। ৰাজনীতিক জড়িতসকলে সাৱধান হোৱা ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ বিনিয়োগ কৰাৰ বাবে আজি আপোনাৰ দিনটো ভাল। অৱশ্যে কোনো লোকচান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত গুৰুত্ব দিয়ক। শিক্ষাৰ্থীসকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে। নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব। কোনো সমস্যা হ’ব পাৰে। সংগীৰ সৈতে ভাল।

সিংহ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল হ’ব। আনৰ কথাত মাত নিদিব।ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব। কোনো কথাক লৈ আপুনি চিন্তিত হ’ব পাৰে। বিবাহৰ চিন্তা কৰি থকাসকলে ভাল সংগী পাব পাৰে। সামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজি আপোনাৰ খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। চকুৰ লগত জড়িত কোনো সমস্যাই দেখা দিব পাৰে। ঘৰৰ কোনো সদস্যৰ কথাই মন বেয়া কৰিব পাৰে। আপোনাৰ কোনো ৰহস্য পৰিয়ালৰ লোকে গম পাব পাৰে। সন্তানৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰেমত শুভ। সংগীৰ পৰা কোনো ভাল খবৰ পাব।

তুলা ৰাশিঃআজি আপোনাৰ আৰ্থিক দিশটো দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। মন অশান্ত হৈ থাকিব। ঘৰত কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয় বস্তু হেৰুৱাব পাৰে। ভাই-ভগ্নীৰ মাজৰ সম্পৰ্ক ভাল হ’ব। কোনো কামত সমস্যা আহিলে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। আইনী বিষয়ত সাৱধান হোৱা ভাল। নতুন কামৰ পৰা ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আনক বিশ্বাস নকৰিব। প্ৰয়োজনীয় তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। সুখ-সুবিধা বৃদ্ধি পাব। প্ৰেমত ভাল। বিবাদৰ পৰা আঁতৰি থাকিব। স্বাস্থ্য ভালে যাব।

ধনু ৰাশিঃআজি আপোনাৰ দিনটো প্ৰত্যাহ্বানমূলক হ’ব। কামত কোনো বাধা আহিব পাৰে। অফিচত জ্যেষ্ঠজনৰ সৈতে কোনো কথাত মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। পদোন্নতিত বাধা আহিব পাৰে। সন্তানৰ মনৰ ইচ্ছা পূৰ কৰাৰ চেষ্টা। ভ্ৰমণৰ সম্ভাৱনা আছে। যি আপোনাৰ বাবে ভাল হ’ব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

মকৰ ৰাশিঃ বিপৰীতে স্থিতিত ধৈৰ্য ধৰা প্ৰয়োজন। বাণিজ্যৰ পৰা ভাল লাভ পাব। প্ৰিয় উপহাৰ লাভ কৰিব পাৰে। চৰকাৰী আঁচনিৰ পৰা ভাল লাভ পাব। কোনো কামত যদি সমস্যা আহিছে তেন্তে সেয়া দূৰ হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে। ৰাজনীতিত জড়িতসকলে সাৱধান হোৱা ভাল। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজি চাকৰিৰ ক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। আনৰ কথাত হস্তক্ষেপ নকৰিব। সকলো কথাতে আনক বিশ্বাস নকৰিব। ভাবি-চিন্তি বিনিয়োগ কৰিব। পিতৃৰ পৰা কোনো দায়িত্ব লাভ কৰিব পাৰে। বাণিজ্যত সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বিৰোধিয়ে কাৰ্যক্ষেত্ৰত সমস্যা আনিব পাৰে। বাহন চলাওতে সাৱধান হ’ব। কোনো প্ৰয়োজনীয় তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। ঘৰলৈ কোনো আলহী আহিব পাৰে। পৰিয়াল সুখী থাকিব। খৰচৰ ওপৰত গুৰুত্ব দিব।