শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: এই ৰাশিৰ লোকে আজি ভুগিব পাৰে স্বাস্থ্যজনিত সমস্যাতঃ আপোনাৰ বাবে কি কঢ়িয়াই আনিছে ৰাশিফলে, চাওক

আজি ১২ জুলাই, শনিবাৰ। জ্যোতিষ শাস্ত্ৰত শনিবাৰ দিনটোত বিশেষ গুৰুত্ব আছে। জ্যোতিষীসকলে আন দিনসমূহৰ দৰেই আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। গতিকে আজিৰ দিনটো আপোনাৰ কিদৰে পাৰ হ’ব সেই সম্পৰ্কে জানিবলৈ তথা দিনটোৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাত যাতে সহায় হয়, তাৰ বাবে আজিৰ ৰাশিফল চাব পাৰে।

Daily Horoscope: এই ৰাশিৰ লোকে আজি ভুগিব পাৰে স্বাস্থ্যজনিত সমস্যাতঃ আপোনাৰ বাবে কি কঢ়িয়াই আনিছে ৰাশিফলে, চাওক
চাওক আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 12 Jul 2025 06:00 AM

আজি ১২ জুলাই, শনিবাৰ। জ্যোতিষ শাস্ত্ৰত শনিবাৰ দিনটোত বিশেষ গুৰুত্ব আছে। সেয়ে এই দিনটোৰ প্ৰতি জ্যোতিষ বিশ্বাসী লোকসকলৰ বিশেষ এক আকৰ্ষণ থাকে। জ্যোতিষীসকলে আন দিনসমূহৰ দৰেই আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। গতিকে আজিৰ দিনটো আপোনাৰ কিদৰে পাৰ হ’ব সেই সম্পৰ্কে জানিবলৈ তথা দিনটোৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাত যাতে সহায় হয়, তাৰ বাবে আজিৰ ৰাশিফল চাব পাৰে-

মেষ ৰাশিৰ ৰাশিফল

কামত খৰখেদা নকৰিব। আজি কিছু ধৈৰ্য আৰু সাহসেৰে আগবাঢ়িব লাগিব কোনো কামক লৈ মনত শংকা ভাৱ জাগিলে সেই কামত আগনবঢ়াই উচিত অলপ সাৱধানে যান-বাহন ব্যৱহাৰ কৰিব লাগিব। কোনো পুৰণি ৰোগে আজি হঠাতে পুনৰ আপোনাক সমস্যাত পেলাব পাৰে পত্নীয়ে হয়তো নতুন চাকৰি লাভ কৰিব পাৰে, ইয়াৰ ফলত আপুনি যথেষ্ট সুখী হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

উপাৰ্জন বৃদ্ধি হব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব। ব্যৱসায়ত কিছু সাৱধান হোৱা উচিত পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক, অন্যথা সম্পৰ্কত দূৰত্ব বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পত্নীৰ পৰিয়ালৰ কোনো সদস্যৰ আগমন ঘটিব পাৰে সন্তানৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

সমাজত আপোনাৰ সন্মান বৃদ্ধি যিকোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত ভালদৰে বিবেচনা কৰা উচিত পৰিয়ালৰ সদস্যৰ আশা পূৰণ কৰিব। বিবাহিত জীৱনত সম্প্ৰীতি বজাই ৰাখিব লাগিব। কোনো কথাত পত্নীৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। দূৰত বাস কৰা কোনোবা আত্মীয়ৰ পৰা হয়তো কিছু হতাশাজনক খবৰ শুনিব।

কৰ্কট ৰাশিৰ ৰাশিফল

কোনো বিষয়ক কেন্দ্ৰ কৰি আপুনি চিন্তিত হৈ আছিল যদি আজি আপোনাৰ সেই সমস্যা বহু পৰিমাণে হ্ৰাস বহুদিনৰ পৰা অৰ্ধসমাপ্ত হৈ থকা কোনো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আপুনি নতুন কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে আৰ্থিক বিষয়ত কোনো আইনী সমস্যা আছিল যদি আজি সমাধান

সিংহ ৰাশিৰ ৰাশিফল

আয়ৰ উৎস বৃদ্ধি পাব আৰ্থিক বিষয়ত সঠিক পৰিকল্পনা কৰিব লাগিব কৰ্মক্ষেত্ৰত উন্নতি কৰ্মক্ষেত্ৰৰ পৰিৱেশো সুখকৰ প্ৰেমৰ ক্ষেত্ৰত শুভ কিছুমান কামৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব। পুৰণি বিনিয়োগৰ পৰা আয় বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান লাগিব পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব

কন্যা ৰাশিৰ ৰাশিফল

কামৰ পৰা কিছু আজৰি সময় উলিয়াই মনোৰঞ্জনধৰ্মী কাৰ্যৰ আকৰ্ষিত হ’ব। স্বাস্থ্যৰ উন্নতিৰ বাবে মানসিকভাৱে সুখী খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ হব পাৰে। যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰা উচিত। কোনো লোকৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ বাবে আগবাঢ়িলে তাৰ পূৰ্বে বিশেষজ্ঞৰ পৰা ভালদৰে পৰামৰ্শ লোৱা উচিত ব।

তুলা ৰাশিৰ ৰাশিফল

আজি কঠোৰ পৰিশ্ৰমৰ দিন হ’ব। স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাৰ দ্বাৰা লাভৱান হ’ব। জ্যেষ্ঠ সদস্যসকলক সেৱা আগবঢ়াবলৈ কিছু সময় উলিয়াব লাগিব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে ভাল সুযোগ পাব। কাৰ্যালয়ত বৰমূৰীয়াই দিয়া দায়িত্ব পালনত আপুনি কোনো কাৰণতে হেলা কৰিব নোৱাৰিব

বৃশ্চিক ৰাশিৰ ৰাশিফল

ব্যৱসায়ত আপুনি ভাল সুযোগ লাভ কৰিব পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰণৰ তৰ্কবিতৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থকা উচিত কোনো আইনী বিষয়ৰ বাবে আপুনি সমস্যাত পৰিছে যদি এই বিষয়ত কিছু ধৈৰ্য বজাই ৰখা প্ৰয়োজন ব। সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব কামৰ ক্ষেত্ৰত আজি কিছু সমস্যাৰ সন্মুখীন পাৰে

ধনু ৰাশিৰ ৰাশিফল

আধ্যাত্মিক কামত জড়িত হলে সুখী নিজৰ কামৰ প্ৰতি অসাৱধান হ’ব পাৰে আৰু ইয়াৰ ফলত ভৱিষ্যতে কোনো সমস্যা হব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ অহিত চিন্তকে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ চেষ্টা কৰিব। পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰিব লাগিব আনৰ পৰা শুনা কথাত বিশ্বাস নকৰিব।

মকৰ ৰাশিৰ ৰাশিফল

ভালদৰে বিবেচনা কৰি বিনিয়োগ কৰিলে আপোনাৰ বাবে ভাল হ’ব। সামাজিক কামত সফলতা লাভ কৰিব। ব্যৱসায়িক কাৰণত ভ্ৰমণৰ সম্ভাৱনা আছে নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত বিবাদৰ সৃষ্টি হ’ব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল, সেই ধন আজি ঘূৰাই পাব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

আপোনাৰ আচৰণ আৰু কথা-বতৰাৰে মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। ধৰ্মমূলক যাত্ৰাৰ বাবে সুযোগ লাভ কৰিব পাৰে যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল দিন হ’ব। বয়োজ্যেষ্ঠসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব। পত্নীৰ সৈতে মিলি সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে।

মীন ৰাশিৰ ৰাশিফল

আপোনাৰ বাজেটৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। আপুনি নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ চৌপাশৰ পৰিৱেশ সুখদায়ক হ’ব। বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছিল যদি হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব। সন্তানে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কৃতকাৰ্যতা লাভ কৰিব। ৰাজনীতিত জড়িতসকলৰ বাবে শুভ