শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জীৱনৰ সকলো বাধা আঁতৰিব, মাথোঁ পঢ়ক গণেশ চালিছা

আজি গণেশ চতুৰ্থী। ভগৱান গণেশৰ আশিস বিচাৰি গুৱাহাটীৰ গণেশ মন্দিৰ সমূহত ভিৰ কৰিছে ভক্তসকলে। এই দিনটোত গণেশ চালিছা পঢ়ি কৰক মনৰ ইচ্ছা পূৰণ!

জীৱনৰ সকলো বাধা আঁতৰিব, মাথোঁ পঢ়ক গণেশ চালিছা
গণেশ চালিছা
Barasha Misra
Barasha Misra | Published: 27 Aug 2025 14:55 PM

আজি গণেশ চতুৰ্থী। এই দিনটো ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত আৰু আজিৰ দিনটোত সঠিক ৰীতি-নীতিৰে গণপতিক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি আৰু বাধাৰ পৰা মুক্তি পোৱা যায় বুলি কোৱা হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান-বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি লোৱা হয়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিটো গণেশ মন্দিৰত পুৱাৰ পৰা দেখা গৈছে ভক্তৰ ভিৰ। এই দিনটোত গণেশ চালিছা পঢ়ি কৰক মনৰ ইচ্ছা পূৰণ! তলত উল্লেখ কৰা হৈছে…

গণেশ চালিছা

দোহা

জয় গণপতি সদ্গুণসদন কবিবৰ বদন কৃপাল ।
বিঘ্ন হৰণ মঙ্গল কৰণ জয় জয় গিৰিজালাল ॥

চতুর্মুখী

জয় জয় জয় গণপতি ৰাজূ ।
মঙ্গল ভৰণ কৰণ শুভ কাজূ ॥

জয় গজবদন সদন সুখদাতা ।
বিশ্ব বিনায়ক বুদ্ধি বিধাতা ॥

বক্র তুণ্ড শুচি শুণ্ড সুহাবন ।
তিলক ত্রিপুণ্ড ভাল মন ভাবন ॥

ৰাজিত মণি মুক্তন উৰ মালা ।
স্বর্ণ মুকুট শিৰ নয়ন বিশালা ॥

পুস্তক পাণি কুঠাৰ ত্রিশূলং ।
মোদক ভোগ সুগন্ধিত ফূলং ॥

সুন্দৰ পীতাম্বৰ তন সাজিত ।
চৰণ পাদুকা মুনি মন বাজিত ॥

ধনি শিবসুবন ষডানন ভ্রাতা ।
গৌৰী ললন বিশ্ব-বিধাতা ॥

ঋদ্ধি সিদ্ধি তব চঁবৰ সুধাৰে ।
মূষক বাহন সোহত দ্বাৰে ॥

কহৌং জন্ম শুভ কথা তুম্হাৰী ।
অতি শুচি পাবন মঙ্গল কাৰী ॥

এক সময় গিৰিৰাজ কুমাৰী ।
পুত্র হেতু তপ কীন্হা ভাৰী ॥

ভয়ো যজ্ঞ জব পূর্ণ অনূপা ।
তব পহুঁচ্যো তুম ধৰি দ্বিজ ৰূপা ॥

অতিথি জানি কৈ গৌরী সুখাৰী ।
বহু বিধি সেবা কৰী তুম্হাৰী ॥

অতি প্রসন্ন হ্বৈ তুম বৰ দীন্হা ।
মাতু পুত্র হিত জো তপ কীন্হা ॥

মিলহি পুত্র তুহি বুদ্ধি বিশালা ।
বিনা গর্ভ ধাৰণ যহি কালা ॥

গণনায়ক গুণ জ্ঞান নিধানা ।
পূজিত প্রথম রূপ ভগবানা ॥

অস কহি অন্তর্ধ্যান ৰূপ হ্বৈ ।
পলনা পৰ বালক স্বৰূপ হ্বৈ ॥

বনি শিশু ৰুদন জবহি তুম ঠানা ।
লখি মুখ সুখ নহিং গৌৰি সমানা ॥

সকল মগন সুখ মঙ্গল গাবহিং ।
নভ তে সুৰন সুমন বর্ষাবহিং ॥

শম্ভু উমা বহুদান লুটাবহিং ।
সুৰ মুনি জন সুত দেখন আবহিং ॥

লখি অতি আনন্দ মঙ্গল সাজা ।
দেখন ভী আয়ে শনি ৰাজা ॥

নিজ অবগুণ গুনি শনি মন মাহীং ।
বালক দেখন চাহত নাহীং ॥

গিৰজা কছু মন ভেদ বঢ়ায়ো ।
উৎসব মোৰ ন শনি তুহি ভায়ো ॥

কহন লগে শনি মন সকুচাঈ ।
কা করিহৌ শিশু মোহি দিখাঈ ॥

নহিং বিশ্বাস উমা কৰ ভয়ঊ ।
শনি সোং বালক দেখন কহ্যঊ ॥

পড়তহিং শনি দৃগ কোণ প্রকাশা ।
বালক শিৰ ইড়ি গয়ো আকাশা ॥

গিরজা গিৰীং বিকল হ্বৈ ধৰণী ।
সো দুখ দশা গয়ো নহিং বৰণী ॥

হাহাকাৰ মচ্যো কৈলাশা ।
শনি কীন্হ্যোং লখি সুত কো নাশা ॥

তুৰত গৰুড় চঢ়ি বিষ্ণু সিধায়ে ।
কাটি চক্র সো গজ শিৰ লায়ে ॥

বালক কে ধড় ঊপৰ ধাৰয়ো ।
প্রাণ মন্ত্র পঢ় শঙ্কৰ ডাৰয়ো ॥

নাম গণেশ শম্ভু তব কীন্হে ।
প্রথম পূজ্য বুদ্ধি নিধি বৰ দীন্হে ॥

বুদ্ধি পৰীক্শা জব শিব কীন্হা ।
পৃথ্বী কী প্রদক্শিণা লীন্হা ॥

চলে ষডানন ভরমি ভুলাঈ ।
ৰচী বৈঠ তুম বুদ্ধি উপাঈ ॥

চৰণ মাতু-পিতু কে ধৰ লীন্হেং ।
তিনকে সাত প্রদক্শিণ কীন্হেং ॥

ধনি গণেশ কহি শিব হিয় হৰষে ।
নভ তে সুৰন সুমন বহু বৰসে ॥

তুম্হৰী মহিমা বুদ্ধি বড়াঈ ।
শেষ সহস মুখ সকৈ ন গাঈ ॥

মৈং মতি হীন মলীন দুখা ।
করহুঁ কৌন বিধি বিনয় তুম্হারী ॥

ভজত ৰামসুন্দৰ প্রভুদাসা ।
লখ প্রয়াগ ককৰা দুর্বাসা ॥

অব প্রভু দয়া দীন পৰ কীজৈ ।
অপনী শক্তি ভক্তি কুছ দীজৈ ॥

দোহা

শ্রী গণেশ যহ চালীসা পাঠ কৰেং ধৰ ধ্যান ।
নিত নব মঙ্গল গৃহ বসৈ লহে জগত সন্মান ॥

সম্বৎ অপন সহস্র দশ ঋষি পঞ্চমী দিনেশ ।
পূৰণ চালীসা ভয়ো মঙ্গল মূর্তি গণেশ ॥