দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৪ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

04 Sep 2025 | 09:27 AM

আজি ৪ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৪ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

  1. ১৬৬৫ চনত দিনটোতে মোগল আৰু ছাত্ৰপতি শিৱাজী মহাৰাজৰ মাজত ৰাজা জয় সিং সন্ধি স্বাক্ষৰিত হয়।
  2. ১৭৮১ চনত স্পেনিছ বাসিন্দাসকলে লছ এঞ্জেলছ প্ৰতিষ্ঠা কৰে।
  3. ১৮৮৮ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে ইংলেণ্ডলৈ সাগৰীয় যাত্ৰা আৰম্ভ কৰে।
  4. ১৯৬৯ চনত উত্তৰ ভিয়েটনামৰ ৰাষ্ট্ৰপতি তথা ৰাষ্ট্ৰৰ পিতৃ হো চি মিনৰ মৃত্যু হয়।
  5. ১৯৮৫ চনত ৭৩ বছৰৰ পাছত সাগৰত ডুব যোৱা টাইটানিক জাহাজৰ ছবি প্ৰকাশ পায়। টাইটানিক দুৰ্ঘটনাত এই জাহাজখনত থকা ১৫০০ লোকৰ মৃত্যু হয়।
  6. ১৮২৫ চনত আজিৰ দিনটোতে দাদাভাই নৌৰজীৰ জন্ম।
  7. ১৯৬৭ চনত মহাৰাষ্ট্ৰৰ কয়না মথাউৰি ভূমিকম্পৰ ফলত ভাঙি যায়, ২০০ৰো অধিক লোকৰ মৃত্যু হয়।
  8. ২০০৯ চনত গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাটত যশৱন্ত সিঙৰ মহম্মদ আলী জিন্নাৰ ওপৰত লিখা গ্ৰন্থৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...