দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৪ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

24 Sep 2025 | 07:00 AM

আজি ২৪ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৪ ছেপ্টেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৬৮৮ চনত ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৭৮৯ চনত আমেৰিকাত এটৰ্নী জেনেৰেলৰ কাৰ্যালয় স্থাপন কৰা হয়।

১৯৩২ চনত বংগৰ বিপ্লৱী জাতীয়তাবাদী প্ৰীতিলাতা ৱাডেদাৰ দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।

১৯৪৮ চনত হোণ্ডা মটৰ কোম্পানী প্ৰতিষ্ঠা হয়।

১৯৬৫ চনত চৌদি আৰব আৰু ইজিপ্তৰ মাজত য়েমেন সন্দৰ্ভত চুক্তি স্বাক্ষৰিত হয়।

১৯৭১ চনত ব্ৰিটেইনে চোৰাংচোৱাগিৰিৰ অভিযোগত ৯০ জন ৰাছিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰে।

১৯৭৮ চনত পূৰ্বৰ ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৭৯ চনত ঘানাই সংবিধান গ্ৰহণ কৰে।

২০০৯ চনত ভাৰতৰ প্ৰথম চন্দ্ৰযান-১ বিমানে চন্দ্ৰৰ পৃষ্ঠত পানী আৱিষ্কাৰ কৰে।

২০১৩ চনত পাকিস্তানৰ বেলুচিস্তানত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত ৫১৫ জন লোকৰ মৃত্যু হয়।

১৮৩০ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ বিদ্ৰোহত জপিয়াই পৰা পিয়লি ফুকনক ফাঁচী দিয়া হয়। তেওঁক স্বাধীনতাৰ সংগ্ৰামপ প্ৰথম ভাৰতীয় শ্বহীদ হিচাপে পৰিগণিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...