দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১২ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

12 Sep 2025 | 10:02 AM

আজি ১২ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১২ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১২১৭ চনত ফ্ৰান্সৰ ৰাজকুমাৰ লুই আৰু ইংলেণ্ডৰ ৰজা তৃতীয় হেনৰীয়ে শান্তি চুক্তি স্বাক্ষৰ কৰে।

১৩৯৮ চনৰ আজিৰ দিনটোতে টাইমুৰ লাঙে সিন্ধু নদীৰ পাৰত উপস্থিত হয়।

১৬৩৫ চনত ছুইডেন আৰু পোলেণ্ডে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে।

১৯৪৪ চনত আমেৰিকাৰ সেনাবাহিনীয়ে প্ৰথমবাৰৰ বাবে জাৰ্মানীত প্ৰৱেশ কৰে।

১৯৫৯ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ ৰকেট ‘লুনা ২’ চন্দ্ৰত উপস্থিত হয়।

১৯৬৬ চনত ভাৰতীয় সাঁতোৰবিদ মিহিৰ সেনে সাঁতুৰি দাৰ্ডানেলছ জলদ্বীপ পাৰ হৈ যায়।

১৯৬৮ চনত আলবেনিয়াই ৱাৰ্ছ চুক্তিৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে।

১৯৮৭ চনত ইথিওপিয়াত সংবিধান গৃহীত হয়।

১৯৯০ চনত আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, ছোভিয়েট ইউনিয়ন, পূব আৰু পশ্চিম জাৰ্মানীয়ে পূব আৰু পশ্চিম জাৰ্মানীক একত্ৰিত কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰে।

২০০৪ চনত উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।

১৯১৭ চনত ভাৰতীয় ৰাজনীতিবিদ আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ জন্ম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...