দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ৯ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

09 Nov 2025 | 09:17 AM

আজি ৯ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৯ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১২৩৬ চনৰ আজিৰ দিনটোতে মোগল শাসক ৰুক্নুদ্দিন ফিৰোজ শ্বাহৰ হত্যা।

১৫৮০ চনত স্পেনিছ বাহিনীয়ে আয়াৰলেণ্ড আক্ৰমণ কৰে।

১৭২৯ চনত ব্ৰিটেইন, ফ্ৰান্স আৰু স্পেইনে চেভিল সন্ধি স্বাক্ষৰ কৰি দুবছৰীয়া এংলো-স্পেনিছ যুদ্ধৰ অন্ত পেলায়।

১৭৯৪ চনত ৰাছিয়াৰ বাহিনীয়ে পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছ দখল কৰে।

১৮৮৭ চনত আমেৰিকাই হাৱাইৰ পাৰ্ল হাৰ্বাৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে।

১৯৩৭ চনত জাপানী বাহিনীয়ে চীনৰ চাংহাই দখল কৰে।

১৯৮৫ চনত ছোভিয়েট ৰাছিয়াৰ ২২ বছৰীয়া গেৰী কাছপাৰোভ আনাটলি কাৰ্পভক পৰাস্ত কৰি বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হয়।

২০১৯ চনত অযোধ্যা বিবাদক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰে।

ৰাষ্ট্ৰীয় আইনী সেৱা দিৱসঃ ভাৰতত ৯ নৱেম্বৰত আইনী সেৱা কৰ্তৃপক্ষ আইন, ১৯৮৭ৰ স্মৃতিত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস পালন কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...