দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ১৩ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

13 Nov 2025 | 09:07 AM

আজি ১৩ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১৩ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৯১৮ চনত অষ্ট্ৰিয়া গণৰাজ্যত পৰিণত হয়।

১৯৫০ চনত তিব্বতে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ ওচৰত আবেদন জনায়।

১৯৬৮ চনত পাকিস্তানত জুলফিকাৰ আলী ভুট্টো গ্ৰেপ্তাৰ হয়।

১৯৭৫ চনত বিশ্ব স্বাস্থ্য সংস্থাই এছিয়াক স্মল পক্স মুক্ত ঘোষণা কৰে।

১৯৮৫ চনত পূব কলম্বিয়াত আগ্নেয়গিৰিৰ বিস্ফোৰণত প্ৰায় ২৩,০০০ লোকৰ মৃত্যু হয়।

১৯৯৭ চনত নিৰাপত্তা পৰিষদে ইৰাকত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰে।

১৯৯৮ চনত চীনৰ বিৰোধিতা সত্ত্বেও দালাই লামা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ সাক্ষাৎ।

২০০৮ চনত অসম গণ পৰিষদে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত(NDA) যোগদান কৰে।

২০০৯ চনত ঝাৰখণ্ডত নক্সালবাদীয়ে বিদায়ী বিধায়ক ৰামচন্দ্ৰ সিংকে ধৰি ৭ জন লোকক অপহৰণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...