ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে অসমৰ যোৰহাটত অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ষ্টেচন স্থাপন কৰা হয়। ১৯৯০ চনৰ ২০ মে’ত হাবল স্পেচ টেলিস্কোপে প্ৰথমবাৰৰ বাবে মহাকাশৰ ছবি পৃথিৱীলৈ প্ৰেৰণ কৰে। তদুপৰি আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা চাওঁ আহক ।

২০ মে’ত ব্ৰিটিছ আৰক্ষীক প্ৰতিবাদকাৰী আৰু শান্তি বিঘ্নিত কৰা লোকসকলৰ বিৰুদ্ধে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ অনুমতি দিয়া হৈছিল। আজিৰ দিনটোতে অসমৰ যোৰহাটত অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ষ্টেচন স্থাপন কৰা হয়। ১৯৯০ চনৰ ২০ মে’ত হাবল স্পেচ টেলিস্কোপে প্ৰথমবাৰৰ বাবে মহাকাশৰ ছবি পৃথিৱীলৈ প্ৰেৰণ কৰে। তদুপৰি আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা চাওঁ আহক ।
দিনটোৰ ইতিহাস
- ১৯৯১ চনৰ ২০ মে’ত অসমৰ যোৰহাটত অল ইণ্ডিয়া ৰেডিঅ’ (AIR) ষ্টেচন স্থাপন কৰা হয়।
- ১৩৭৮ চনৰ আজিৰ দিনটোতে বাহমনী চুলতান দাউদ শ্বাহক হত্যা কৰা হয়।
- ১৬০৯ চনৰ আজিৰ দিনটোতে লণ্ডনত উইলিয়াম শ্বেক্সপীয়েৰৰ প্ৰথম কবিতা সংকলন প্ৰকাশ পায়।
- ১৯০২ চনৰ আজিৰ দিনটোতে কিউবাই আমেৰিকাৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯২৭ চনৰ আজিৰ দিনটোতে ছৌদি আৰবে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৩২ চনৰ আজিৰ দিনটোতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ শ্লোগান উত্থাপন কৰা বিপিন চন্দ্ৰ পালৰ মৃত্যু হয়।
- ১৯৬৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ আৰক্ষীক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কন্দুৱা গেছ ব্যৱহাৰৰ অনুমতি দিয়া হয়।
- ১৯৭২ চনৰ আজিৰ দিনটোতে ইন্দিৰা গান্ধীয়ে দ্বিতীয়খন হাওৰা দলঙৰ আধাৰশিলা স্থাপন কৰে।
- ১৯৯০ চনৰ আজিৰ দিনটোতে হাবল স্পেচ টেলিস্কোপে মহাকাশৰ পৰা প্ৰথম ছবি প্ৰেৰণ কৰে।
- ১৯৯৫ চনত়ৰ আজিৰ দিনটোতে ৰাছিয়াই এখন মানৱবিহীন মহাকাশযান সফলতাৰে উৎক্ষেপণ কৰে।