ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমে ২২ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে । ১৯৯৬ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ দশম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

16 May 2025 09:51 AM

১৬ মে’ৰ দিনটো বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ কৰা হৈছে। ১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমে ২২ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে । ১৯৯৬ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ দশম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯৪৩ চনৰ আজিৰ দিনটোতে ৱাৰ্ছৰ ইহুদী গেট্টোত যুদ্ধৰ অন্ত পৰে।
  2. ১৯৬০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত আন্তঃৰাষ্ট্ৰীয় টেলেক্স সেৱা আৰম্ভ হয়।
  3. ১৯৭৪ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ যুদ্ধ বিমানে দক্ষিণ লেবাননৰ ৭টা পেলেষ্টাইনী শৰণাৰ্থী শিবিৰ আৰু গাঁৱত বোমা বিস্ফোৰণ কৰে। এই আক্ৰমণত ২৭ জন লোক নিহত হোৱাৰ লগতে ১৩৮ জন আহত হয়।
  4. ১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমে ২২ সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে ।
  5. ১৯৯৬ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ দশম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
  6. ২০০৪ চনৰ আজিৰ দিনটোতে টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে হামবাৰ্গ মাষ্টাৰছৰ খিতাপ দখল কৰে।
  7. ২০০৬ চনৰ আজিৰ দিনটোতে নিউজিলেণ্ডৰ ৪৭ বছৰীয়া মাৰ্ক ইংলিছে কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।
  8. ২০১৩ চনৰ ১৬ মে’ত আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে মানুহৰ ভ্ৰূণৰ ক্ল’নৰ পৰা ষ্টেম চেল উলিয়াবলৈ সফল হৈছিল।
টেষ্টৰ পৰা অৱসৰৰ পিছতো ৰোহিত-কোহলীলৈ ধনৰ উজান, লাভ কৰিব বৃহৎ ধনৰাশিৰ পুৰস্কাৰ…
নতুন খেলুৱৈৰ সৈতে IPL ২০২৫ৰ দ্বিতীয়াংশৰ বাবে সাজু কেইবাটাও দল, সুযোগ পালে এইকেইজন খেলুৱৈয়ে….
গৰমৰ দিনত সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চকুৰ যত্ন কেনেকৈ ল'ব ? জানক
কণ বিলাহীত আছে আচৰিত স্বাস্থ্য উপকাৰী গুণ, সবিশেষ জানক