ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ইংলেণ্ডৰ অষ্টম হেনৰীৰ জন্ম। একেদৰে আজিৰ দিনটোতে প্ৰভাৱশালী ফৰাচী দাৰ্শনিক জিন-জেক ৰুছ’ৰ জন্ম। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আৰু ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰিছিল। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

28 Jun 2025 | 07:10 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৮ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ইংলেণ্ডৰ অষ্টম হেনৰীৰ জন্ম। একেদৰে আজিৰ দিনটোতে প্ৰভাৱশালী ফৰাচী দাৰ্শনিক জিন-জেক ৰুছ’ৰ জন্ম। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আৰু ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰিছিল। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৪৯১ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ অষ্টম হেনৰীৰ জন্ম।
  2. ১৭১২ চনৰ আজিৰ দিনটোতে প্ৰভাৱশালী ফৰাচী দাৰ্শনিক জিন-জেক ৰুছ’ৰ জন্ম। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপ আৰু ফৰাচী বিপ্লৱক প্ৰভাৱিত কৰিছিল।
  3. ১৮৩৮ চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰ ৰাজ অভিষেক।
  4. ১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰ্চাইল শান্তি চুক্তি স্বাক্ষৰ হয়। ই আনুষ্ঠানিকভাৱে প্ৰথম বিশ্বযুদ্ধৰ অন্ত পেলায়।
  5. ১৯৫০ চনৰ আজিৰ দিনটোতে কোৰিয়া যুদ্ধত আমেৰিকাৰ প্ৰথমবাৰৰ বাবে জড়িত হয়।
  6. ২০০৪ চনৰ আজিৰ দিনটোতে ইৰাকলৈ সাৰ্বভৌমত্ব হস্তান্তৰ কৰা হয়। নিৰ্ধাৰিত সময়ৰ দুদিন পূৰ্বে আমেৰিকাই আনুষ্ঠানিকভাৱে ইৰাকৰ অন্তৱৰ্তীকালীন চৰকাৰক ক্ষমতা অৰ্পণ কৰে।
  7. ১৯৭১ চনৰ আজিৰ দিনটোতে উদ্যোগী, স্পেচএক্স আৰু টেছলাৰ চিইঅ’ইলন মাস্ক জন্ম।
  8. ১৯৯৬ চনৰ আজিৰ দিনটোতে ইউক্ৰেইনে সংবিধান গ্ৰহণ কৰে। এই উপলক্ষে ২৮ জুনৰ দিনটোত ইউক্ৰেইনত সংবিধান দিৱস উদযাপন কৰা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...