ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৭২ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৱে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত ছিমলা চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

02 Jul 2025 | 07:00 AM

আজি ২ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে আলাউদ্দিন খিলজীয়ে ছিৱানাক আক্ৰমণ কৰে। আজিৰ দিনটোতে ছৌদি আৰৱৰ মক্কা-মিনাত পদপিষ্ট হৈ ১৪২৬ জন হজযাত্ৰীৰ মৃত্যু হয়। ১৯৭২ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৱে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত ছিমলা চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৩০৬ চনত আলাউদ্দিন খিলজীয়ে ছিৱানাক আক্ৰমণ কৰে।
  2. ১৭৫৭ চনত প্লাছি যুদ্ধত পৰাজয়ৰ পিছত বংগৰ শেষ নবাব ছিৰাজ-উদ-দৌলাক হত্যা কৰা হয়।
  3. ১৯৯০ চনত ছৌদি আৰৱৰ মক্কা-মিনাত পদপিষ্ট হৈ ১৪২৬ জন হজযাত্ৰীৰ মৃত্যু হয়।
  4. ১৯৭২ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৱে ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত ছিমলা সন্ধি স্বাক্ষৰ কৰে।
  5. ১৯৮৫ চনত আন্দ্ৰেই গ্ৰ’মাইকো ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  6. ১৯৪০ চনত ব্ৰিটিছ চৰকাৰে বিদ্ৰোহৰ উচটনি দিয়াৰ অভিযোগত সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰে।
  7. ১৯৪০ চনৰ আজিৰ দিনটোতে অপাৰেচন ছি লায়ন আৰম্ভ হয়।
  8. ১৯৪১ চনত লেমবাৰ্গত নাজী হত্যাকাণ্ডত প্ৰায় ৭০০০ লোকৰ মৃত্যু হয়।
  9. ১৯৪৯ চনৰ আজিৰ দিনটোতে ভিয়েটনামে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...