ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়। আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে ।  ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

26 May 2025 | 09:59 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৬ মে’ৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়। আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে ।  ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯২৬ আজিৰ দিনটোতে লেবাননে সংবিধান গৃহীত কৰে।
  2. ১৯৩৭ চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতীয় চিনেমাৰ বিখ্যাত কমেডী অভিনেত্ৰী মনোৰামাৰ জন্ম।
  3. ১৯৪৬ চনৰ আজিৰ দিনটোতে সমাজকৰ্মী তথা ৰাজনীতিবিদ অৰুণা ৰায়ৰ জন্ম হয়।
  4. ১৯৬৯ চনৰ আজিৰ দিনটোতে এপ’ল’ ১০ মহাকাশচাৰী পৃথিৱীলৈ উভতি আহে।
  5. ১৯৮৩ চনৰ আজিৰ দিনটোতে বেইজিং অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ জন্ম।
  6. ১৯৮৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ বিখ্যাত গল্পকাৰ, গীতিকাৰ, সমালোচক আৰু ৰাজনীতিবিদ শ্ৰীকান্ত ভাৰ্মাৰ মৃত্যু হয়।
  7. ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়।
  8. ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...